• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মৃত খনি শ্ৰমিকৰ অৱশেষ বিচাৰি আত্মীয়ৰ হাহাকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 1:57 pm
Miners rescue efforts in Meghalaya

খনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োজিত উদ্ধাৰকাৰী দল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লাখনিত ২০১৮ৰ ১৩ ডিচেম্বৰৰ পৰা আবদ্ধ হৈ থকা ১৫গৰাকী খনি শ্ৰমিকক জীয়ন্তে উদ্ধাৰ কৰা আশা বৰ্তমান নিৰ্বাপিত হৈছে। নৌ বাহিনীৰ উদ্ধাৰকাৰী দলটোৱে বৃহস্পতিবাৰে ১৬০ ফুট গভীৰতাত এটা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত তেওঁলোক যে আৰু জীৱিত নাই সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

আনহাতে শ্ৰমিকসকলৰ পৰিয়ালে তথাপিও বিচাৰিছে যে তেওঁলোকৰ আপোনজনৰ দেহৰ অৱশিষ্ট যিয়েই বাকী নাথাকক কিয়, সেয়া যেন তেওঁলোকক অৰ্পণ কৰা হয়।

Apply Now

মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত উদ্ধাৰকাৰী দলে গেলি যোৱা মৃতদেহটো উদ্ধাৰ কৰিব নে নাই তাক নিৰ্ণয় কৰিব পৰা নাই। উদ্ধাৰকাৰী দলৰ আনুষ্ঠানিক মুখপাত্ৰ আৰ ছুছনগিয়ে ৫টা শ্ৰমিকৰ লোকক সাক্ষাৎ কৰি জনাইছে, ‘‘যদিহে মৃতদেহ অনাৰ চেষ্টা কৰা হয়, তেতিয়া সেয়া চিঙি যোৱাৰ সম্ভাৱনা আছে।’’

কিন্তু শ্ৰমিকসকলৰ এগৰাকী আত্মীয়ই কৈছে, আমাক আমাৰ আপোনজনৰ আঙুলি এটা হ’লেও লাগে। সেই আঙুলিটোৰে চিকিৎসকলে সেয়া কোন ব্যক্তি আছিল তাক নিৰ্ণয় কৰিব পাৰিব। কিন্তু দেখা গৈছে যে উদ্ধাৰকাৰী বিষয়াসকলে মৃতদেহ চিঙু যোৱাৰ বিষয়তহে অধিক মনোযোগ দিছে।

আনহাতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই বৃহস্পতিবাৰে কৈছে যে দুয়া কাৰণতেই মৃতদেহ অনাটো সম্ভৱপৰ নহয়। প্ৰথম কাৰণটো হৈছে দূৰ নিয়ন্ত্ৰিত যানেৰে (Remotely Operated Vehicle চমুকৈ ROV) ) মৃতদেহকেইটাৰ উপস্থিতি ধৰা পেলাব পৰা গৈছে যদিও সেই সমূহৰ ওজন ইমান অধিক যে যানখনে সেয়া বহন কৰিব নোৱাৰে। আনহাতে জলস্তৰৰ আধিক্যৰ বাবে তালৈ উদ্ধাৰকাৰী দলৰ ডুবাৰুও সোমাই যোৱাটো অসম্ভৱ। আনহাতে পচন ধৰাৰ ফলত মৃতদেহসমূহ কোমল হৈ পৰিছে। প্ৰতিবাৰ চেষ্টা কৰাৰ পাছত মৃতদেহৰ অংশ চিঙি আহে।

উদ্ধাৰকাৰী দলৰ মুখপাত্ৰগৰাকীয়ে আৰু জনাইছে যে সমগ্ৰ শুকুৰবাৰৰ দিনটো ধৰি উদ্ধাৰ অভিযান চলি আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd