• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশ-বিদেশৰ লক্ষাধিক লোকৰ সমাগমেৰে মাৰ্ঘেৰিটাত ‘পয় লং’ উদযাপন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 21, 2019 8:07 pm
Margherita
350
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ ঐতিহাসিক ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ (ভান্তে) ৱাৰ্নাচাৰ মহাথেৰা পৰিনিৰ্বাণ প্ৰাপ্তিৰ উপলক্ষে ২০ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত ‘পয় লং’ (ৰথোৎসৱ) উপলক্ষে ডিবং চিংফৌ গাঁ‌ৱত উত্তৰ-পূবৰ লগতে দেশ-বিদেশৰ লক্ষাধিক লোকে লোকাৰণ্য হৈ পৰিছে।

জনপ্ৰিয় ধৰ্মগুৰু জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে থাইলেণ্ড, ম্যানমাৰ, শ্ৰীলংকাৰ উপৰিও দেশ-বিদেশৰ প্ৰায় ৩ লক্ষাধিক ভক্তপ্ৰাণ লোক উপস্থিত হোৱা আজিৰ দ্বিতীয় দিনাৰ অনুষ্ঠানত অৰুণাচলৰ উপ-মুখ্য মন্ত্ৰী চাওনা মীন উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতি তথা মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ( ভান্তে) ৱাৰ্নাচাৰা ভীক্ষুয়ে যোৱা বৰ্ষৰ ২২মে’ত ডিবং বৌদ্ধ মন্দিৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। ১৯৩৬ চনৰ ২৩ এপ্ৰিলত জন্ম লাভ কৰা ধৰ্মগুৰু গৰাকীয়ে শ্ৰীলংকা আৰু বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি দৰঙ্গ সংস্কৃত বিশ্ব-বিদ্যালয়ৰ পৰা আচাৰ্যৰ উপাধি আৰু মগধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

তেওঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অন্তৰ্গত ডিবং বৌদ্ধ মন্দিৰত অধ্যক্ষ হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰি অসম আৰু অৰুণাচলৰ লগতে বিদেশতো বৌদ্ধ ধৰ্ম্মৰ বাণী বিলাইছিল। তেওঁক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰেও সম্মান জনাইছিল।

আজি ‘পয় লেং’ উপলক্ষে উদযাপন সমিতিৰ সভাপতি ৱৰধৰ্ম ভীক্ষুৰ সভাপতিত্বত এখন ধৰ্ম সভা অনুষ্ঠিত হয়। উত্তৰ-পূবৰ বহুকেইজন ধৰ্মগুৰু তথা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd