• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিকট নাপালেও মই আজীৱন কংগ্রেছ হৈ থাকিম : বিধেয়কৰ পক্ষত থকা সুস্মিতা দেব

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
January 21, 2019 9:22 pm
Susmita Deb

সংবাদ মাধ্যমক সম্বোধন কৰি সাংসদ সুস্মিতা দেব।

454
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পক্ষত থিয় হৈ প্ৰদেশ কংগ্ৰেছক বিব্ৰত কৰা শিলচৰৰ সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে আজি এখন সংবাদমেলত স্থানীয় ভিডিঅ’ সাংবাদিকসকলক এক প্ৰকাৰৰ অপমান কৰাৰ অভিযোগ উঠিছে। সাংসদগৰাকীয়ে আজি শিলচৰৰ কাছাৰ ক্লাবত দিয়া সংবাদমেলখনত কেৱল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগতহে নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি বিষয় দুটাত তেওঁৰ স্থিতি স্পষ্ট কৰি বক্তব্য দাঙি ধৰে। সকলো আঞ্চলিক সংবাদ মাধ্যমক তেওঁ বক্তব্য লোৱাৰ পৰা বাধা প্ৰদান কৰে।

জানিব পৰামতে, আঞ্চলিক চেনেলবোৰে ২০ জানুৱাৰিত পুৰণি লখিপুৰৰ মধুৰবন্দত স্থানীয় লোকসকলে সাংসদগৰাকীক ক’লা পতাকা প্ৰদৰ্শন আৰু প্ৰতিকৃতি দাহৰ বাতৰি পৰিৱেশন কৰা বাবে ক্ষুভিত হৈয়ে এই আচৰণ কৰে।

আনহাতে আজিৰ সংবাদমেলত তেওঁ বিধেয়কখনৰ সপক্ষে থকা বুলি নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি দিয়ে।

“কোনোবাই মোৰ প্ৰতিকৃতি দাহ কৰিলেও কৰিব পাৰ, মোক ক’লা পতাকা দেখুৱালেও মোৰ আপত্তি নাই। কিন্তু মই নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থনৰ পৰা আঁতৰি নাহো।” সুস্মিতা দেবে কয়।

আনহাতে ৰাজ্যত বিধেয়কখনৰ বিৰোধিতা কৰি থকা কংগ্ৰেছৰ প্ৰতি থকা তেওঁৰ আনুগত্য প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, “মই কংগ্ৰেছী আছিলো, আছো আৰু থাকিম। কংগ্ৰেছ মোৰ তেজতে আছে।”

ইপিনে অহা লোকসভা নিৰ্বাচনত দলে টিকট দিয়া-নিদিয়াৰ প্ৰসংগ টানি সাংসদগৰাকীয়ে কয়, “দলে যদি মোক টিকট নিদিয়েও মোৰ ক’ব লগীয়া নাই। মই জীৱনৰ বাকী গোটেই সময়ছোৱা কংগ্ৰেছ কৰিয়ে থাকিম।”

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd