• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা অসমীয়া চীনা সম্প্ৰদায়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2019 5:04 pm
Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চীনা সম্প্ৰদায়ে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিছে। অতি কম সংখ্যক মানুহে জনা  তিনিচুকীয়াৰ মাকুমকে ধৰি উজনি অসমৰ কিছু কিছু এলেকাত বাস কৰা অসমীয়া চীনা সমপ্ৰদায়ৰ লোকসকলে বিতৰ্কিত নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে।

স্বাধীনতাৰ সময়চোৱাত প্ৰায় ৫০০ জনসংখ্যাৰ অতি সংখ্যালঘূ এই সমপ্ৰদায়টোৱে নিজকে অসমীয়া জাতিৰ অংশ হিচাপে পৰিচয় দি অসমকে নিজৰ গৃহভূমি বুলি আকোঁৱালি লৈছিল যদিও ১৯৬৭ৰ চীন-ভাৰত যুদ্ধৰ সময়ত বহুতো চীনা লোকক খেদি পঠোৱা হয়। অতি সীমিত জনসংখ্যাৰ এই সম্প্ৰদায়টোক সংখ্যালঘূ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই। দৰাচলতে, নিৰ্বাচনৰ ফলাফলক প্ৰভাৱিত কৰাৰ বাবে জনবল নথকা হেতুকেই এই সম্প্ৰদায়টো আজিও ইয়াৰ প্ৰাপ্য সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

Apply Now

য়ুজিন থাম নামৰ তৃতীয় প্ৰজন্মৰ চীনা লোকগৰাকীয়ে কৈছে যে তেওঁলোকে নিজকে অসমীয়া সমাজৰ সৈতে মিলাই দিছে আৰু অসমক তেওঁলোকে সৰ্বান্তঃকৰণেৰে নিজৰ গৃহৰাজ্য হিচাপে গণ্য কৰে আৰু নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰা সকলক তেওঁলোকে সমৰ্থন কৰে।

ভিকি লী নামৰ অসমীয়া চীনা লোকজনে কৈছে যে যদিহে বিধেয়কখন আইন হৈ পৰে, তেতিয়া অসমৰ অৱস্থা ত্ৰিপুৰাৰ দৰে হৈ পৰিব আৰু সেয়া ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে সমস্যা হৈ পৰিব।

তেজপুৰৰ উইং হিম থাম নামৰ সত্তৰোৰ্ধৰ দ্বিতীয় প্ৰজন্মৰ অসমীয়া চীনা  লোকজনে কৈছে যে বিধেয়কখনৰ বিষয়টো অতি গভীৰ। এই বিধেয়কখনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনে যাতে জনসাধাৰণৰ জীৱন বিপন্ন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তেওঁ আৰু কৈছে যে সঠিক ৰাইজৰ প্ৰতিনিধিক নিৰ্বাচন কৰাটো জনসাধাৰণৰ এটা দায়িত্ব।

উল্লেখ্য যে, প্ৰায় এটা সতিকাৰ পূৰ্বে চাহ বাগিচাত কাম কৰাৰ বাবে বৃটিছসকলে চীনৰ পৰা এই লোকসকলক লৈ আহিছিল। তাৰ পাছত চীনৰ পৰা প্ৰব্ৰজন কৰা এই লোকসকল বৈবাহিক সূত্ৰত বান্ধ খাই অসমীয়া সমাজত জীণ যায়, আনকি কিছু সংখ্যকে আনকি চীনা উপাধি ত্যাগ কৰি অসমীয়া উপাধিও গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd