• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা অসমীয়া চীনা সম্প্ৰদায়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2019 5:04 pm

2 min read

Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ছবি

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চীনা সম্প্ৰদায়ে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিছে। অতি কম সংখ্যক মানুহে জনা  তিনিচুকীয়াৰ মাকুমকে ধৰি উজনি অসমৰ কিছু কিছু এলেকাত বাস কৰা অসমীয়া চীনা সমপ্ৰদায়ৰ লোকসকলে বিতৰ্কিত নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে।

স্বাধীনতাৰ সময়চোৱাত প্ৰায় ৫০০ জনসংখ্যাৰ অতি সংখ্যালঘূ এই সমপ্ৰদায়টোৱে নিজকে অসমীয়া জাতিৰ অংশ হিচাপে পৰিচয় দি অসমকে নিজৰ গৃহভূমি বুলি আকোঁৱালি লৈছিল যদিও ১৯৬৭ৰ চীন-ভাৰত যুদ্ধৰ সময়ত বহুতো চীনা লোকক খেদি পঠোৱা হয়। অতি সীমিত জনসংখ্যাৰ এই সম্প্ৰদায়টোক সংখ্যালঘূ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই। দৰাচলতে, নিৰ্বাচনৰ ফলাফলক প্ৰভাৱিত কৰাৰ বাবে জনবল নথকা হেতুকেই এই সম্প্ৰদায়টো আজিও ইয়াৰ প্ৰাপ্য সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

য়ুজিন থাম নামৰ তৃতীয় প্ৰজন্মৰ চীনা লোকগৰাকীয়ে কৈছে যে তেওঁলোকে নিজকে অসমীয়া সমাজৰ সৈতে মিলাই দিছে আৰু অসমক তেওঁলোকে সৰ্বান্তঃকৰণেৰে নিজৰ গৃহৰাজ্য হিচাপে গণ্য কৰে আৰু নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰা সকলক তেওঁলোকে সমৰ্থন কৰে।

ভিকি লী নামৰ অসমীয়া চীনা লোকজনে কৈছে যে যদিহে বিধেয়কখন আইন হৈ পৰে, তেতিয়া অসমৰ অৱস্থা ত্ৰিপুৰাৰ দৰে হৈ পৰিব আৰু সেয়া ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে সমস্যা হৈ পৰিব।

তেজপুৰৰ উইং হিম থাম নামৰ সত্তৰোৰ্ধৰ দ্বিতীয় প্ৰজন্মৰ অসমীয়া চীনা  লোকজনে কৈছে যে বিধেয়কখনৰ বিষয়টো অতি গভীৰ। এই বিধেয়কখনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনে যাতে জনসাধাৰণৰ জীৱন বিপন্ন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তেওঁ আৰু কৈছে যে সঠিক ৰাইজৰ প্ৰতিনিধিক নিৰ্বাচন কৰাটো জনসাধাৰণৰ এটা দায়িত্ব।

উল্লেখ্য যে, প্ৰায় এটা সতিকাৰ পূৰ্বে চাহ বাগিচাত কাম কৰাৰ বাবে বৃটিছসকলে চীনৰ পৰা এই লোকসকলক লৈ আহিছিল। তাৰ পাছত চীনৰ পৰা প্ৰব্ৰজন কৰা এই লোকসকল বৈবাহিক সূত্ৰত বান্ধ খাই অসমীয়া সমাজত জীণ যায়, আনকি কিছু সংখ্যকে আনকি চীনা উপাধি ত্যাগ কৰি অসমীয়া উপাধিও গ্ৰহণ কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd