• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰৰ ডেজু চাহ বাগানত এটা বিনামূলীয়া চকু পৰীক্ষা আৰু চকুত ছানি পৰা ৰোগ চিনাক্তকৰণ শিবিৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
January 23, 2019 6:38 pm
1
487
VIEWS
Share on FacebookShare on Twitter

আজি লখিমপুৰৰ ডেজু চাহ বাগানত এটা বিনামূলীয়া চকু পৰীক্ষা আৰু চকুত ছানি পৰা ৰোগ চিনাক্তকৰণ শিবিৰৰ আয়োজন কৰা হয়। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ ছিচিয়েল ৰেস্পনচিবিলিটী অভিযানৰ অন্তৰ্গত জিলা অন্ধতা নিয়ন্ত্ৰণ সমাজ, লখিমপুৰ আৰু লখিমপুৰৰ লায়নছ ক্লাবৰ সহযোগত এই চিকিৎসা শিবিৰৰ আয়োজন কৰিছে অনুগ্ৰহ দৃষ্টিদানে।

এই শিবিৰত ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ চশমা আৰু ঔষধ বিতৰণ কৰা হয়। এই শিবিৰত ৭৯ গৰাকী ৰোগীক চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ বাবে নিৰ্বাচিত কৰা হয়। ৰোগীসকলক ডিব্ৰুগড়ৰ লায়ন কে কে চহৰীয়া চকু চিকিৎসালয়ত চিকিৎসা কৰোৱা হ’ব। ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসালয়লৈ নিয়া-অনা কৰাৰ বাবে চাহ বাগান কৰ্তৃপক্ষই দুখন বাছৰো যোগান ধৰে।

ডেজু চাহ বাগানৰ চিকিৎসা বিষয়া ড০ আৰ মিশ্ৰৰ সহযোগত এই শিবিৰটোৰ আয়োজন কৰিছে দিল্লীৰ অনুগ্ৰহ দৃষ্টিদানৰ ড০ সঞ্জয় অটোৱালে। আছাম ট্ৰিবিউন কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ড০ অটৱালে কৈছে যে তেওঁলোকৰ দলটোৱে লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড় জিলাত ৬০০ চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে, চকুত ছানি পৰা ৰোগীসকলক কঢঢ়িয়াই নিয়া বাছ দুখনৰ ফ্লেগ অফ কৰে ডেজু চাহ বাগানৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতীয়ে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd