• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্তৰ পুত্ৰ নন্দিল কেপ্টেইন হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া বিখ্যাত ডুন স্কুলৰ

দীৰ্ঘ সময় শিক্ষা মন্ত্ৰী হৈ থকা হিমন্তৰ দুয়ো সন্তান পঢ়ে ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2019 11:32 am
Nandil Bishwa Sarma

ডুন স্কুলৰ কেপ্টেইন নিৰ্বাচিত হোৱা হিমন্ত পুত্ৰ নন্দিল বিশ্ব শৰ্মা (বাওঁফালে)। ফটোৰ উৎস : ফেইচবুক।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া, ‘ভাৰতৰ ইটন’ খ্যাত ডুন স্কুলত কেপ্টেইন নিৰ্বাচিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তান নন্দিল বিশ্ব শৰ্মা। আজি এই কথাটো জনাই ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীজনে এটা টুইট কৰে।

‘’Very heartening to see my son Nandil taking over as Captain of The Doon School’’ নিজৰ সন্তানৰ এই কৃতিত্ব দাঙি ধৰি মন্ত্ৰীজনে টুইটটোত লিখে।

Apply Now

আনহাতে ডুন স্কুলৰ অফিচিয়েল ফেচবুক পোষ্ট এটাতো নন্দিলে স্কুল কেপ্টেইন হিচাপে দায়িত্ব লোৱাৰ কথা কোৱা হয়। নন্দিলে বিদায়ী স্কুল কেপ্টেইন বিকছিটৰ পৰা দায়িত্ব লয়।

বৰ্তমান একাদশ শ্ৰেণীত পঢ়া নন্দিল বিশ্ব শৰ্মা যোৱা বছৰ উক্ত বিদ্যালয়খনৰ পৰাই দশম শ্ৰেণীত উত্তীৰ্ণ হৈছিল।

https://twitter.com/himantabiswa/status/1088274061560557569

উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ ডুন স্কুল হ’ল দেশৰ ভিতৰতে আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়, যাক ভাৰতৰ ইটন (ইংলেণ্ডৰ বিখ্যাত ইটন স্কুলৰ তুলনাৰে) বুলি কোৱা হয়।

কেৱল ছাত্ৰই অধ্যয়নৰ সুবিধা থকা আৰু ১৯৩৫ চনতে স্থাপিত ভাৰতৰ এই বিখ্যাত বিদ্যালয়খনত দেশৰ বহুতো বিখ্যাত মানুহে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী তাৰ ভিতৰত অন্যতম।

প্ৰসংগক্ৰমে ক’ব পাৰি যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ লগতে এতিয়াৰ বিজেপি চৰকাৰৰ দিনতো যথেষ্ট সময় শিক্ষা মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাই নিজৰ সন্তানক পঢ়ুৱাবলৈ ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বাছি লোৱাটোৱে সেই সময়ত ৰাজ্যত চৰ্চা লাভ কৰা দেখা গৈছিল।

দুয়োখন চৰকাৰৰ দিনতে শিক্ষা মন্ত্ৰী হৈ থাকিও আৰু মন্ত্ৰীজনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোলৈ আমূল পৰিৱৰ্তন অনা বুলি প্ৰায়ে দাবী কৰি থাকিলেও প্ৰকৃততে যে নিজৰ ৰাজ্যত এটা ভাল বা ভৰসাযোগ্য শিক্ষাৰ পৰিৱেশ গঢ়িব নোৱাৰিলে ই তাৰেই প্ৰমাণ বুলি সমালোচনা উঠিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মন্ত্ৰীজনৰ কন্যা সুকন্যা শৰ্মাও পঢ়ে আজমীৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd