• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১’ৰ পাছত ৰাজনীতিত নাথাকে হিমন্ত বিশ্ব শৰ্মা : ৰাজনৈতিক ৰণ কৌশল নে অন্তৰাত্মাৰ আহ্বান?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2019 5:00 pm
himanta

সৰুসজাইত বৃহস্পতিবাৰে পঞ্চায়ত প্ৰতিনিধিৰ অভিনন্দন সমাৰোহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’২০২১’ৰ পিছত মই ৰাজনীতিত নাথাকো।‘’ সৰুসজাইত পঞ্চায়ত প্ৰতিনিধিৰ অভিনন্দন সমাৰোহত বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ৰাজ্য বিত্ত, গড়কাপ্তানি, স্বাস্থ্য মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যও কৰে।

তেওঁ লগতে কয়, ‘’এইয়া পানীপথৰ শেষ যুদ্ধ। পিতৃৰ নামত শপত লৈ কৈছো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী হ’লেহে অসম সুৰক্ষিত হ’ব। অনাগত দিনত সৰ্বানন্দ সোণোৱাল জাতীয় মহানায়ক হ’ব। মোদীয়ে পাপ কৰিব নোৱাৰে, দেশ বিক্ৰী কৰিব নোৱাৰে। সোণোৱালে জাতিক বিক্ৰী কৰিব নোৱাৰে।‘’

Apply Now

ক’লা পতাকা লৈ দৌৰা–দৌৰি কৰাটো এতিয়া অসমৰ পৰম্পৰা বুলি কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই য’ত য’ত ক’লা পতাকা দেখুৱায় পিছদিনা তাতেই বগা পতাকা দেখুৱাবলৈ বিজেপি কৰ্মীসকলক আহ্বান জনায়। তদুপৰি, তেওঁ বিজেপি কৰ্মীসকলক লুকাই চুৰকৈ নহয়, মুকলিভাৱে বিধেয়কখনৰ সমৰ্থন কৰিবলৈ আহবান জনায়।

আনহাতে, অসমৰ ৰাজনীতিত বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ, অগপৰ অৱশিষ্ট নাই সেয়া প্ৰমাণ হৈছে। অহা ২০ বছৰলৈ বিজেপিয়ে অসমৰ ভাগ্য নিৰ্ণয় কৰিব, গতিকে আমাৰ কৰ্তব্য আৰু দায়িত্ব বাঢ়িল। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে, বিজেপিৰ উত্থানক শত্ৰুৱে সহজভাৱে ল’ব নোৱাৰে।

‘’আজি ৰাতি বহুত মানুহেই শুব নোৱাৰিব। কাইলৈ কি কুৎসা ৰটনা কৰিব পাৰি একাংশই তাকেই ভাবিব। কোনোবাই বজ্ৰনিনাদ দিছে, আমি বিকাশৰ নিনাদ কৰিম। লতাশিলত গৈ চিঞৰাৰ বিলাসিতা কৰাৰ এতিয়া সময় নাই,’’-মন্তৱ্য হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে, বাংলাদেশী মুছলমানে সত্ৰত বেদখল কৰিছে বুলি উল্লেখ কৰি কেইবাজনো সত্ৰাধিকাৰক হত্যা কৰা হৈছে বুলিও তথ্য দাঙি ধৰে মন্ত্ৰী শৰ্মাই।

আনহাতে, অনুষ্ঠানত ভাষণ দি বিজেপিৰ কেন্দ্ৰীয় নেতা মহেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী সোণোৱালৰ সোঁহাত। তেওঁ লগতে কয়,’’মই ১৯খন ৰাজ্যত কাম কৰিছো, কিন্তু অসমৰ কাৰ্যকৰ্তা সকলোতকৈ শ্ৰেষ্ঠ। যেতিয়ালৈ ১৪খন লোকসভা আসন দখল নকৰো তেতিয়ালৈ উত্তৰ প্ৰদেশলৈ ঘুৰি নাযাওঁ।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd