• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১’ৰ পাছত ৰাজনীতিত নাথাকে হিমন্ত বিশ্ব শৰ্মা : ৰাজনৈতিক ৰণ কৌশল নে অন্তৰাত্মাৰ আহ্বান?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2019 5:00 pm

2 min read

himanta

সৰুসজাইত বৃহস্পতিবাৰে পঞ্চায়ত প্ৰতিনিধিৰ অভিনন্দন সমাৰোহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : নৰ্থইষ্ট নাও

983
VIEWS
Share on FacebookShare on Twitter

‘’২০২১’ৰ পিছত মই ৰাজনীতিত নাথাকো।‘’ সৰুসজাইত পঞ্চায়ত প্ৰতিনিধিৰ অভিনন্দন সমাৰোহত বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ৰাজ্য বিত্ত, গড়কাপ্তানি, স্বাস্থ্য মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যও কৰে।

তেওঁ লগতে কয়, ‘’এইয়া পানীপথৰ শেষ যুদ্ধ। পিতৃৰ নামত শপত লৈ কৈছো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী হ’লেহে অসম সুৰক্ষিত হ’ব। অনাগত দিনত সৰ্বানন্দ সোণোৱাল জাতীয় মহানায়ক হ’ব। মোদীয়ে পাপ কৰিব নোৱাৰে, দেশ বিক্ৰী কৰিব নোৱাৰে। সোণোৱালে জাতিক বিক্ৰী কৰিব নোৱাৰে।‘’

ক’লা পতাকা লৈ দৌৰা–দৌৰি কৰাটো এতিয়া অসমৰ পৰম্পৰা বুলি কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই য’ত য’ত ক’লা পতাকা দেখুৱায় পিছদিনা তাতেই বগা পতাকা দেখুৱাবলৈ বিজেপি কৰ্মীসকলক আহ্বান জনায়। তদুপৰি, তেওঁ বিজেপি কৰ্মীসকলক লুকাই চুৰকৈ নহয়, মুকলিভাৱে বিধেয়কখনৰ সমৰ্থন কৰিবলৈ আহবান জনায়।

আনহাতে, অসমৰ ৰাজনীতিত বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ, অগপৰ অৱশিষ্ট নাই সেয়া প্ৰমাণ হৈছে। অহা ২০ বছৰলৈ বিজেপিয়ে অসমৰ ভাগ্য নিৰ্ণয় কৰিব, গতিকে আমাৰ কৰ্তব্য আৰু দায়িত্ব বাঢ়িল। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে, বিজেপিৰ উত্থানক শত্ৰুৱে সহজভাৱে ল’ব নোৱাৰে।

‘’আজি ৰাতি বহুত মানুহেই শুব নোৱাৰিব। কাইলৈ কি কুৎসা ৰটনা কৰিব পাৰি একাংশই তাকেই ভাবিব। কোনোবাই বজ্ৰনিনাদ দিছে, আমি বিকাশৰ নিনাদ কৰিম। লতাশিলত গৈ চিঞৰাৰ বিলাসিতা কৰাৰ এতিয়া সময় নাই,’’-মন্তৱ্য হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে, বাংলাদেশী মুছলমানে সত্ৰত বেদখল কৰিছে বুলি উল্লেখ কৰি কেইবাজনো সত্ৰাধিকাৰক হত্যা কৰা হৈছে বুলিও তথ্য দাঙি ধৰে মন্ত্ৰী শৰ্মাই।

আনহাতে, অনুষ্ঠানত ভাষণ দি বিজেপিৰ কেন্দ্ৰীয় নেতা মহেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী সোণোৱালৰ সোঁহাত। তেওঁ লগতে কয়,’’মই ১৯খন ৰাজ্যত কাম কৰিছো, কিন্তু অসমৰ কাৰ্যকৰ্তা সকলোতকৈ শ্ৰেষ্ঠ। যেতিয়ালৈ ১৪খন লোকসভা আসন দখল নকৰো তেতিয়ালৈ উত্তৰ প্ৰদেশলৈ ঘুৰি নাযাওঁ।‘’

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd