• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়কৰ ওপৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 24, 2019 6:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে ক্ষোভৰ জুই চলি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ ওপৰত ওপৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি আজি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি আজি কংগ্ৰেছে ৫ ঘণ্টীয়া অনশনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটীৰ দিচপুৰ প্ৰেছ ক্লাবৰ সন্মুখত প্ৰদেশ কংগ্ৰেছেও পাঁচঘণ্টীয়া অনশন কআৰ্য্যসূচী গ্ৰহণ কৰে। অনশনৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Apply Now

‘বিলখনক কেন্দ্ৰ কৰি অসম অগ্নিগৰ্ভা হৈছে তথা এই বিলখন সংবিধান বিৰোধী। লগতে এই বিলখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ভয়াবহ বিপদ নমাই আনিব’ অনশনত অংশ গ্ৰহণ কৰি ৰিপুন বৰাৰ মন্তব্য।

সেই পৰিপ্ৰেক্ষিততে বিলখন সম্পূৰ্ণৰূপে বাতিল কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰতো উপৰোক্ত কথাখিনি উল্লেখ কৰা বুলি বৰাই সাংবাদিকক জানিবলৈ দিয়ে।

তাৰোপৰি ৰাজ্যসভাত জাতিধ্বংসী বিলখন প্ৰতিহত কৰাৰ কৌশলো সংবাদ মাধ্যমৰ জৰিয়তে ৰিপুন বৰাই বৰ্ণনা কৰে।

তেওঁ কয় যে ‘কংগ্ৰেছ আৰু ইয়াৰ সমভাৱাপন্ন সকলো বিৰোধী দলেই ৰাজ্যসভাত একত্ৰিত হৈ যুঁজ দিব লাগিব। বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছে ইতিমধ্যেই যোগাযোগ চলাইছে।‘

অলপতে হৈ যোৱা ৰাজ্যসভাৰ অধিবেশনত বিলখন উত্থাপন হোৱাৰ পূৰ্বে কংগ্ৰেছে বিলখন ৰখোৱা বুলি দাবী কৰি বৰাই কয় যে ‘কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাতৰ লগতে আহমেদ পেটেল, গোলাম নবী আজাদে মিলি কৌশল ৰচনা কৰি ৰাজ্যখনত বিলখন উত্থাপন হোৱাৰ পৰা সাময়িকভাৱে বিৰত ৰাখিছিল।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd