• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীপকোৱে এৰিব পানী : অৰুণাচলৰ লগতে উত্তৰ অসমতো মহাপ্ৰলয়ৰ আশংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 9:01 am
1233-1-750x375

ৰঙানদী বান্ধ। ফটো : দ্য চিটিজেনৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া অৰুণাচলৰ লগতে উত্তৰ অসমত পুনৰ নীপকোৱে এৰি দিয়া বান্ধৰ পানীয়ে মহাপ্ৰলয় সৃষ্টি কৰাৰ আশংকা গভীৰ হৈ পৰিছে।ৰঙানদীৰ বান্ধত আবদ্ধ হৈ থকা বালি আৰু পলসে নদীখন মুহূৰ্ততে পুতি পেলোৱাৰ উপৰি নৈপৰীয়া উত্তৰ অসমৰ গাঁওসমূহলৈ দুৰ্যোগ কঢ়িয়াই অনাৰ আশংকা প্ৰবল হৈ পৰিছে।

অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ ৰঙানদীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো মেৰামতিৰ বাবে নীপকো কৰ্তৃপক্ষই তিনি মাহলৈ সাময়িকভাৱে উৎপাদন বন্ধ কৰি দিব। সেই অনুসৰি ৰঙানদী বান্ধটো মেৰামতিৰ বাবে পহিলা ফেব্ৰুৱাৰিৰ পৰা তিনি মাহলৈ উৎপাদন বন্ধ কৰি দিয়া সন্দৰ্ভত এখন জাননী জাৰি কৰিছে।

Apply Now
NEEPCO-221x300
নীপকোৰ জাননীখন। সৌজন্য : টুইটাৰ

উক্ত জাননীখনে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলৰ লগতে উত্তৰ অসমৰ নৈপৰীয়া ৰাইজলৈ কঢ়িয়াই আনিছে তীব্ৰ আতংক। কিয়নো নীপকোৰ ৰঙানদী বান্ধ ‘নিৰ্জলাকৰণ’ সিদ্ধান্তই নিশাৰ ভিতৰতে সমগ্ৰ উত্তৰ অসমত বানৰ মহাপ্ৰলয় সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছে।

ৰঙানদীত এৰি দিয়া পানীয়ে প্ৰতিবছৰেই উত্তৰ অসমত সৃষ্টি কৰি অহা মহাপ্ৰলয়ৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰপৰীয়া ৰাইজ শংকিত হৈ পৰিছে।

আনহাতে, নীপকোৱে এইবাৰ মেৰামতিৰ বাবে বান্ধৰ জমা পানী মাত্ৰ চাৰি দিনৰ ভিতৰত ৰঙানদীত এৰি দিবলৈ সাজু হৈছে। বান্ধত জমা হৈ থকা বালি-পলস আৰু পানী ৰঙানদীলৈ এৰি দিলে স্বাভাৱিক পৰিমাণতকৈ পানী বৃদ্ধি পাব বুলি উল্লেখ কৰিছে নীপকোৱে।কিন্তু সেই পানী কিমান বৃদ্ধি পাব তাক স্পষ্ট নকৰাত অৰুণাচলৰ নামনি অঞ্চলৰ উপৰি উত্তৰ অসমৰ নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে।

ইপিনে, মেৰামতিৰ সময়ছোৱাত ঘৰচীয়া জীৱ-জন্তুৰ লগতে নৈপৰীয়া ৰাইজক ৰঙানদী আৰু ডিক্ৰঙৰ পাৰলৈ নাযাবলৈ নীপকো কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে। তদুপৰি, উক্ত সময়ছোৱাত কিবা দুৰ্ঘটনা হ’লে নীপকো কৰ্তৃপক্ষ দায়ী নহয় বুলিও জাননীখনত স্পষ্ট কৰি দিছে। নীপকো কৰ্তৃপক্ষৰ উক্ত জাননীৰ পাছতেই চুবুৰীয়া ৰাজ্যখনৰ বিভিন্ন সংগঠনে নীপকোৰ ওপৰত জাঙুৰ খাই উঠিছে।

আনহাতে, অগপৰ যুৱ নেতা তুলাৰাম গগৈয়ে শীঘ্ৰেই অসম চৰকাৰক নীপকোৰ সৈতে যোগাযোগ কৰি উত্তৰ অসমৰ নৈপৰীয়া ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd