• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপৰ সঁজাতী দলৰ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 7:24 am
AGP-leaders-meet-Conrad-Sangma-at-Tura-on-January-25-Friday.-750x375

প্ৰধিনিধিত্বমূলক চিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

২৫ জানুৱাৰি শুকুৰবাৰে অগপৰ এটা সঁজাতী দলে দলীয় নেতা অতুল বৰাৰ নেতৃত্বত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক চাংমাৰ তুৰাস্থিত বাসভাৱনত সাক্ষাৎ কৰে আৰু বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়কখনৰ ওপৰত এটা আলোচনাত মিলিত হয়।। মুখ্য মন্ত্ৰীগৰাকীৰ বাসভৱনত হোৱা আলোচনাত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে সৰ্বসন্মতভাৱে এটা যুটীয়া ৰণনীতি প্ৰস্তুত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উক্ত আলোচনাত বিধেয়কখনে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰ বাবে কঢ়িয়াই আনিব পৰা সংকটৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। উল্লেখ্য যে, যিসময়ত অগপই বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে, একেই সময়তেই নেশ্যনেল পীপলছ পাৰ্টীৰ চৰকাৰত বিজেপিত বিজেপিৰ অংশীদাৰিত্ব আছে।

নাগৰিকত্ব বিধেয়কখনৰ সন্দৰ্ভত অগপই গ্ৰহণ কৰা কঠোৰ স্থিতিৰ ভূয়সী প্ৰশংসা কৰে মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল একত্ৰিত হোৱা উচিৎ।

অতুল বৰাই কৈছে, ‘‘এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া বাসিন্দাসকলৰ চিনাকিকেই সংকটত পেলাই নেৰে, ই ঐতিহাসিক অসম চুক্তিকো উলংঘা কৰিব। তাৰ পাছত তেওঁ আৰু কয় যে এই বিধেয়কখন আইন হ’লে এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াটোও বাধাগ্ৰস্ত হৈ পৰিব।

আনহাতে, এনপিপিৰ নেতা তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শেহতীয়াভাৱে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব বিধেয়কখনৰ বিপক্ষে প্ৰতিবাদ জনাইছিল। মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নাগৰিকত্ব (সংশোধনী) বিধেয়কখনৰ বিপক্ষে এটা প্ৰস্তাৱো গ্ৰহণ কৰিছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd