• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নলবাৰী আৰক্ষীয়ে বিজেপি-আৰ এছ এছৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে : সমুজ্জ্বল ভট্টাচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2019 9:11 am
Sammujjal Bhattacharya

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফাইল ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

নলবাৰী আৰক্ষীয়ে বিজেপি আৰু আৰ এছ এছৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই। দেওবাৰে অৰ্থাৎ ২৭ জানুৱাৰিত নলবাৰী জিলাত একাংশ বিজেপি কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণক কঠোৰভাৱে সমালোচনা কৰে ভট্টাচাৰ্যই।

আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে, ‘থানাৰ ভিতৰত সোমাই আৰক্ষীৰ সন্মুখতে বিজেপি কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণ হ’ল অসম চৰকাৰ আৰু বিজেপি দলৰ একপ্ৰকাৰ গুণ্ডামি আৰু বৰ্বৰতা। আছু কৰ্মীৰ ওপৰত কৰা এনে বৰ্বৰতাৰ উচিত প্ৰত্যুত্তৰ পাব বিজেপিয়ে।’

আৰক্ষীৰ জিম্মাত থকাৰ পিছতো বিজেপিৰ সদস্যই কি দৰে আছুৰ কৰ্মীক প্ৰহাৰ কৰিবলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে নলবাৰী আৰক্ষী আৰ এছ এছ আৰু বিজেপিৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে। থানাৰ ভিতৰত প্ৰৱেশ কৰি বিজেপিৰ সদস্যই আছুৰ কৰ্মীক মাৰপিট কৰা ঘটনাৰ পৰাই এটা কথা স্পষ্ট হ’ল যে নলবাৰী থানা বিজেপি আৰু আৰ এছ এছৰ ছাউনীলৈ ৰূপান্তৰিত হৈছে।

তাৰোপৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, ‘যদি চৰকাৰে এইদৰে আমাৰ বিধেয়ক বিৰোধী আন্দোলন বন্ধ কৰিম বুলি ভাবিছে, তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যিকোনো পৰিস্থিতিতে বিধেয়ক বাতিল হ’বই লাগিব। বিধেয়কৰ বিৰুদ্ধে সংগ্ৰমা অব্যাহত থাকিব।’

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd