• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ’মৰ সৈতে অগ’ষ্টন ম’বাইলে অসমত মুকলি কৰিলে আটাইতকৈ ব্যক্তিগত স্মাৰ্ট ফোন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 29, 2019 1:01 pm
6552b833-12a8-425d-b117-69ca96426374
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ বিখ্যাত কনজ্যুমাৰ ইলেকট্রনিক্স আৰু ৰিটেইল কোম্পানি গ’মে অগ’ষ্টন ম’বাইল প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰীত্বৰে গ্ৰাহকৰ বাবে অসমৰ বজাৰত মুকলি কৰিবলৈ লৈ আনিছে আটাইতকৈ নিৰাপদ প্ৰাইভেট স্মার্টফোন।

ভাৰতৰ ম’বাইল ফোনৰ বজাৰত অগ’ষ্টন ম’বাইলে ইতিমধ্যে ২০১৮ চনত মুকলি কৰা ব্ৰেণ্ড ‘টেম্ব’ৰ জৰিয়তে যথেষ্ট সহাঁৰি লাভ কৰিছে। ২০১৮’ বৰ্ষৰ পৰা গ’মে পৰিকল্পনা কৰা অত্যাধুনিক আৰু বিশেষ প্ৰাইভেচী ফীচাৰ থকা এই স্মাৰ্ট ফোনে ম’বাইল ফোনৰ বজাৰত তুমুল পৰিবৰ্তন আনিব বুলি আশা কৰা হৈছে।

Apply Now

গ’মৰ এই স্মাৰ্টফোন পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন ঠাইত ৰিটেইলাৰৰ জৰিয়তে মুকলি কৰা হ’ব।

অগ’ষ্টন ম’বাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী সুধীৰ কুমাৰে গ’মৰ সোমবাৰে মুকলি অনুষ্ঠানত কয়- “নতুন প্ৰযুক্তি আৰু নতুন অভিজ্ঞতা সৃষ্টিৰ উদ্দেশ্যৰে আমি অসমত গ’মৰ এই স্মাৰ্ট ফোনটো মুকলি কৰি অত্যন্ত সুখী। সাত ভনীৰ ৰাজ্যৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অসমৰ বজাৰেই আমাৰ বাবে চাবি-কাঠী। গ’মৰ সৈতে আমি বজাৰলৈ আনিছো এই সময়ৰ আটাইতকৈ প্ৰাইভেট স্মাৰ্ট ফোন,  যি কেৱল অদ্বিতীয়ই নহয় অত্যন্ত প্ৰয়োজনীয়ও। গ’ম স্মাৰ্ট ফোনে উদ্যোগ জগতক এক নতুন পৰ্যায়লৈ লৈ যাব।”

২ জিবি আৰু ৩ জিবি ৰেমৰ সৈতে ১৬ জিবি আৰু ৩২ জিবি ষ্টৰে’জৰ সামৰ্থ্যৰে গ’মৰ C7 ন’ট ম’বাইল ফোনটো দুটা ৰূপত উপলব্ধ। গ’মৰ C7ন’ট ফোনটোত আছে ৫.৯৯ ইঞ্চিৰ এইচ ডি ডিছপ্লে’ আৰু ৩৫০০mAh বেটাৰীৰ সামৰ্থ্য। ২.০GHz অক্টা ক’ৰ প্ৰচেছৰৰ গ’মৰ C7ন’ট ম’বাইল ফোনটোৰ ফ্ৰন্টিয়াৰ আৰু বেক কেমেৰাৰ সামৰ্থ্য ১৩+৫ এম পি, লগতে পেন’ৰমা, ব’কেহ ইত্যাদি বিভিন্নভাবে এই ফোনটোৰে ফটো লব পাৰি।

ডুৱেল ৪জি চিমৰ সামৰ্থ্য থকা এই ফোনটোত আছে ৮.১ অৰিয়’ এন্ড্রয়েড অ’এছ। ফেচ আনলক আৰু ফিংগাৰপ্ৰিন্ট আনলকৰ ফীচাৰেৰে সমৃদ্ধ এই ফোনটো ক’লা আৰু সোণালী ৰঙেৰে উপলব্ধ হ’ব। C7ন’ট ফোনটো ৬,৯৯৯/- (২+১৬জিবি) টকাৰ পৰা ৮,৪৯৯/- (৩+৩২জিবি) টকাৰ ভিতৰত দোকানত উপলব্ধ হ’ব।

C7 বাই গ’ম ৫.৪৫ ইঞ্চিৰ স্মাৰ্ট ফোনটোত HD+1080p ৰিচ্যুলেচন আৰু ১৮.৯ এচপেক্ট ৰেচিঅ’ আছে। ১.৫ কোৱাড ক’ৰ প্ৰচেছৰৰ দ্বাৰা পৰিচালিত এই ফোনটোত আছে ২ জিবি ৰেম আৰু ১৬ জিবিৰ মেম’ৰী যাক ৩২ জিবি মেম’ৰীলৈ বিস্তাৰিত কৰিব পাৰে। ১৩+৫ এম পিৰ ফ্ৰন্ট আৰু বেক কেমেৰাৰ C7 ফোনটোত আছে ব’কেহ, পেন’ৰমা ইত্যাদি শ্বুটিং ম’ড।

ডুৱেল ৪জি চিম, ৮.১ অৰিয়’ এন্ড্রয়েড অ’এছ, আৰু ৩০০০mAh বেটাৰীৰ সামৰ্থ্য থকা এই ফোনটোত আছে ফেচ আনলক আৰু ফিংগাৰপ্ৰিন্ট আনলকৰ ফীচাৰ।

গ’মৰ এই ফোন ‘ফেচ মী টেকন’লজীৰে সক্ষম। ব্যক্তিগত ডিভাইচত নিজৰ ফেচ ৰিক’গনেশ্যনৰ জৰিয়তে আপুনি সম্পূর্ণভাৱে অভূতপূৰ্ব প্ৰাইভেচী ৰাখিব পাৰিব। এই ‘ফেচ মী’ টেকন’লজী ফোনটোৰ ফটো গেলেৰী, ইনকামিং ক’ল আৰু নটিফিকেশ্যনৰ লক স্ক্রিণটো প্ৰযোজ্য কৰিব পাৰি।

উল্লেখ্য যে ‘ফেচ মী’ টেকন’লজীয়ে গ’মৰ স্মাৰ্টফোনৰ বিশেষ অ’এছত উত্তম সুৰক্ষা প্ৰদান কৰাৰ বাবে খ্যাত হোৱাৰ ওপৰিও ‘ৰেড ড’ট এৱাৰ্ড ফ’ৰ কমিউনিকেশ্যন ডিজাইন, ২০১৮’ৰ বঁটাও লাভ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd