• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহালীৰ ঘটনাৰ অভিনৱ প্ৰতিবাদ : সম্পূৰ্ণ ক’লা পোচাকত বীৰদৰ্পে বিধানসভাত প্ৰৱেশ ৰূপজ্যোতি কুৰ্মীৰ

সাহস আছে যদি মোৰ ক’লা কাপোৰ খুলি দেখুৱাওক : জোতাৰ পৰা চচমালৈকে ক’লা পৰিধান কৰি ৰূপজ্যোতি কুৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2019 9:49 am
Rupjyoti Kurmi

বিধানসভাত প্ৰৱেশ কৰাৰ আগ মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী।

1.6k
VIEWS
Share on FacebookShare on Twitter

বিহালীত ২৯ জানুৱাৰিত এটি পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ জেকেট খুলিবলৈ মাকক বাধ্য কৰোৱাৰ ঘটনাটোৰ আজি অভিনৱ ধৰণে প্ৰতিবাদ কৰিছে মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

সততে আচহুৱা পন্থাৰে প্ৰতিবাদ কৰাত অভ্যস্ত বিধায়কজন আজি বাজেট অধিৱেশনৰ বাবে বিধানসভাৰ মজিয়াত উপস্থিত হয় সম্পূৰ্ণ ক’লা পোচাকত। ভৰিৰ জোতাৰ পৰা পৰা চকুৰ চচমালৈকে বিধায়কজনে সকলো ক’লা পৰিধান কৰি বীৰদৰ্পে প্ৰৱেশ কৰে বিধানসভাত।

বিধানসভাত প্ৰৱেশ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত বিধায়কজনে তেওঁৰ কাপোৰ খুলি দেখুৱাবলৈ চৰকাৰক প্ৰত্যাহ্বান জনায়।

“মই চব ক’লা পিন্ধি আহিছো, সোণোৱাল আৰক্ষীৰ সাহস আছে যদি কাপোৰ খুলি দেখুৱাওক।“ বিধায়কজনে প্ৰত্যাহ্বান জনাই কয়। তেওঁ ইয়াক কালিৰ বিহালীৰ ঘটনাটোৰ প্ৰতিবাদ বুলি কয়।

উল্লেখযোগ্য যে বিহালীৰ বৰগাঙত ২৯ জানুৱাৰিত অনুষ্ঠিত এখন সভাত মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আৰক্ষীয়ে পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত খুলিবলৈ বাধ্য কৰিছিল আৰক্ষীয়ে। ইয়াৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি অব্যাহত আছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd