• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি নেতাক প্ৰহাৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত ছাহিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 12:46 pm
tinsukia-bjp-attack-

মূল অভিযুক্ত ছাহিৰ হুছেইন। ফটো : নিউজ ১৮ নৰ্থ-ইষ্ট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩০ জানুৱাৰিত তিনিচুকীয়া জিলাৰ বিজেপি সভাপতি লক্ষেশ্বৰ মৰাণক শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তজনক আজি তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এটা অভিযানকাৰী দলে জিলাখনৰ বৰপথাৰ অঞ্চলত অভিযান চলাই ঘটনাৰ সৈতে জড়িত যুৱকজনক আটক কৰে। আটকাধীন যুৱকজন বৰপথাৰৰ নিবাসী ছাহিৰ হুছেইন বুলি চিনাক্ত কৰিছে।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৱা ৩০ জানুৱাৰিত একাংশ দল-সংগঠনে তিনিচুকীয়া চহৰত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে জিলাখনৰ বিজেপি সভাপতিগৰাকীক একাংশ উন্মত্ত প্ৰতিবাদকাৰীয়ে বেয়াকৈ মাৰধৰ কৰিছিল।

এটা অনুষ্ঠানত অংশ ল’বলৈ গৈ থাকোতেই বিজেপি সভাপতিগৰাকীক প্ৰতিবাদকাৰীসকলে প্ৰথমে ক’লা পতাকা প্ৰদৰ্শন কৰে আৰু পাছত একাংশই নেতাগৰাকীৰ ওপৰত শাৰিৰীক আক্ৰমণ চলাই। উক্ত ঘটনাত বেয়াকৈ আহত হোৱা বিজেপি সভাপতিগৰাকীয়ে পাছত তিনিচুকীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে তিনিচুকীয়া কাণ্ডৰ পূৰ্বে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বিধেয়ক বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি থকা আছুৰ একাংশ সদস্যক বিজেপি কৰ্মীয়ে মাৰধৰ কৰাৰ লগতে তিনিজন আছু সদস্যক নলবাৰী জিলাৰ বিজেপি সভাপতি বনদ্বিপ ডেকাৰ নেতৃত্বৰ এটা দলে থানাৰ ভিতৰত সোমাই প্ৰহাৰ কৰাৰ প্ৰতিশোধ হিচাপেই তিনিচুকীয়া কাণ্ড সংঘটিত হোৱা বুলি একাংশ সচেতন লোকে মন্তব্য কৰিছিল।

ইফালে তিনিচুকীয়া কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তক আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে নলবাৰী কাণ্ডৰ মূল অভিযুক্ত কিশোৰ দাসৰ লগতে জিলা সভাপতি বনদ্বিপ ডেকাক প্ৰমাণ থকাৰ পিছতো কিয় এতিয়াও আৰক্ষীয়ে আটক কৰা নাই সেয়া ৰহস্যৰ আৱৰ্তত বুলি মন্তব্য কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই।

তদুপৰি ঘগ্ৰাপাৰ কাণ্ডৰ প্ৰতিবাদ জনাই নলবাৰী জিলা আছুৰ উদ্যোগত অহা ৭ ফেব্ৰুৱাৰিত ঐতিহাসিক গৰ্ডন খেলপথাৰত গণ বিক্ষোভ কাৰ্যসূচীৰ আয়োজন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd