• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বলৈ কোটি টকীয়া শক্তিশেল মমতাৰ

অসমৰ বিজেপি মন্ত্ৰীগৰাকীক লগ এৰা নাই সাৰধাৰ ভূতে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 8:48 pm
Mamata fires Rs 3 crore salvo at Himanta Biswa Sarma

মমতা বেনাৰ্জী আৰু হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৰধা কেলেংকাৰিত চি বি আইৰ ভূমিকাক কেন্দ্ৰ কৰি ৰণচণ্ডী ৰূপধাৰিণী পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইবাৰ এৰিছে ৩ কোটি টকীয়া শক্তিশেল।

কেলেংকাৰিটোৰ মূল অভিযুক্ত সাৰদাৰ মুৰব্বী সুদীপ্ত সেনে অসমৰ প্ৰভাৱশালী মন্ত্ৰীজনে তেওঁৰ পৰা “কমেও ৩ কোটি টকা” লোৱা বুলি লিখা পত্ৰখন তুলি ধৰি মঙলবাৰে এই আক্ৰমণৰ পাতনি মেলিছে বেনাৰ্জীয়ে।

Apply Now

খোদ তদন্তকাৰী সংস্থা চি বি আইলৈ লিখা ১৮ পৃষ্ঠাজোৰা চিঠিখনত সেনে লিখিছে, “আন এজন উচ্চ পৰ্য্যায়ৰ ব্যক্তিয়ে মোক ঠগিছিল। তেওঁ হেমন্ত (হিমন্ত) বিশ্ব শৰ্মা। যোৱা ডেৰ বছৰ বাদ দিও, কেৱল যোৱা ছমাহতে তেওঁ আমাৰ পৰা নগদ কমেও ৩ কোটি টকা লৈছে।” পত্ৰখনত মন্ত্ৰী শৰ্মাৰ লগতে নাম আছে প্ৰাক্তন সাংসদ মাতং সিং আৰু মনোৰঞ্জনা সিঙৰ। কেলেংকাৰিটোত তেওঁলোক দুয়োজনে ইতিমধ্যে কাৰাৱাস খাটিছে।

মুঠ ২২গৰাকী লোকৰ নাম থকা চিঠিখনত হিমন্ত বিশ্বই সাৰধাক ধন ঘটাৰ বাবে “ব্যৱহাৰ” কৰিছিল বুলিও উল্লেখ আছে। সেনৰ পত্ৰখন ৱটচ এপযোগেও ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

SS-letter-to-CBI
চি বি আইক সুদীপ্ত সেনে দিয়া পত্ৰখনৰ প্ৰতিলিপি।

অসমৰ মন্ত্ৰীগৰাকীৰ উল্লেখেৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি সভাপতি অমিত শ্বাহকো প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে।

“আমাৰ হাততে চিঠি আছে। কিবাটো কৰক। বিজেপি কৰিলে সাত খুন মাফ। যত চোৰ, ডকাইত, গুণ্ডা, ক’লা, দাগী, আচামী সৱ সুৰক্ষা পাইছে কাৰণে বিজেপিলৈ গৈছে। আমাক ভয় দেখুৱাই লাভ নাই। আমি ইমান ফাল্টু মানুহ নহয়। আমাৰ হাতটোতো তথ্য-প্ৰমাণ আছে,” ক’লকাতাত মোদী-শ্বাহক এই হুংকাৰ মমতাৰ।

মমতা বেনাৰ্জীৰ আচৰণ “বেদনাদায়ক” বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই মঙলবাৰে কৰা এটা টুইটত কয় যে তেওঁ ঘটনাটোৰ “মাত্ৰ সাক্ষী”হে আৰু তেওঁক ইতিমধ্যেই চি বি আই-এ সোধ পোচ কৰিছে।

The frivolous & baseless campaign by @MamataOfficial Didi against me is very painful. I am not fortunate enough like your Police Commissioner. I've joined the investigations and offered my full cooperation as a witness. And all this happened much much before I joined @BJP4India

— Himanta Biswa Sarma (@himantabiswa) February 5, 2019

নৰ্থ ইষ্ট নাও-এ শৰ্মাৰ মন্তব্য জনাৰ বাবে ফ’নযোগে চেষ্টা কৰিছিল যদিও তেওঁৰ সঁহাৰি পোৱা নগ’ল।

কেলেংকাৰিটো সন্দৰ্ভত শৰ্মাক ২০১৪ চনত চি বি আই-এ সোধ পোচ কৰিছিল। অসমত ব্যৱসায় চলোৱাৰ বাবদ সুদীপ্ত সেনৰ পৰা প্ৰতিমাহে ২০ লাখকৈ টকা লোৱা বুলি তেওঁ অভিযুক্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd