• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটত ক্ৰীড়া, চিনেমা, ভ্ৰাম্যমান : শিল্পী, কলা-কুশলী আৰু খেলুৱৈৰ বাবে কি আছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2019 5:58 pm
06-02-19 Guwahati- Budget present by Himanta (3)

সদনত বাজেট উত্থাপনৰ প্ৰাক্ মুহূৰ্তত মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত বুধবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেটত চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে আগবঢ়োৱা বিভিন্ন আঁচনি তথা প্ৰস্তাৱসমূহৰ ভিতৰত ৰাজ্যখনৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবেও কিছুমান প্ৰস্তাৱ আগবঢ়াইছে।

প্ৰথমতে বাজেটত অসমৰ অতি চহকী হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী আৰু কলা-কুশলীলৈ আগবঢ়োৱা হৈছে বিশেষ উদগনি। থিয়েটাৰত অন্তত: পাঁচ বছৰ কটোৱা প্ৰতিজন শিল্পী আৰু কলা-কুশলীলৈ ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

Apply Now

ৰাজ্যৰ সাংস্কৃতিক বিভাগে এই আঁচনি কাৰ্যকৰী কৰিব আৰু এই বাজেটত ৫ কোটি টকা ধন আৱন্টন কৰা হৈছে।

আনহাতে, হিমা দাস আৰু ৰীমা দাসে অনুপ্ৰাণিত কৰি ৰখা অসমৰ ক্ৰীড়া আৰু চিনেমা জগতৰ প্ৰতিভাক উৎসাহিত কৰাৰ বাবে তেওঁলোকক স্বীকৃতি প্ৰদান তথা সম্বৰ্দ্ধনা জনোৱাৰ প্ৰস্তাৱ ৰখা হৈছে।

বাজেটত আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি ৰাজ্যখনৰ মুঠ দুহাজাৰ গৰাকী ক্ৰীড়াবিদ আৰু শিল্পী তথা সাংস্কৃতিক কৰ্মীক তেওঁলোকৰ অৱদানৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।

ইপিনে, বাজেটখনত প্ৰাক্তন ক্ৰীড়াবিদ তথা শিল্পী আৰু কলা-কুশলীসকলৰ বাবে কোনো কল্যাণকামী আঁচনিৰ প্ৰস্তাৱ দাঙি ধৰা নহ’ল। নিজৰ কৰ্ম জীৱনৰ অন্তত অসহায় হৈ পৰা ৰাজ্যখনৰ শিল্পী, কলা-কুশলী কিম্বা ক্রীড়াবিদসকলৰ বহুতেই আৰ্থিক নাটনিত ভোগাৰ উপৰি চিকিৎসাৰ বাবেও সম্বল নোহোৱা হয়।

ৰাজ্যখনৰ ক্ৰীড়া তথা সাংস্কৃতিক ক্ষেত্ৰখনত বহুমূলীয়া অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিসকলৰ প্ৰতি চৰকাৰে এই বাজেটত কোনো প্ৰস্তাৱ দাঙি ধৰা দেখা নগ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd