• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ লগত নাই ভুৱন পেগু

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 6, 2019 9:09 pm
bhubon pegu mla

ভুৱন পেগু। ছবি সৌজন্য- ফে’চবুক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্মিলিত গণশক্তিৰ নেতা ভুৱন পেগু নাই মিত্ৰ বিজেপিৰ লগত। নাগৰিকত্ব বিধেয়ক উত্থাপনৰ দৰে “বেয়া কাম” কৰাৰ বাবে গেৰুৱা-সংগ এৰিছে জোনাইৰ বিধায়কজনে।

“চৰকাৰৰ ভাল কামত সমৰ্থন দিম, কিন্তু বেয়া কামত চৰকাৰৰ লগত নাই,” ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অসমৰ জনজাতি সংগঠন সমন্বয়ৰক্ষী সমিতিৰ এখন জনসভাত বুধবাৰে এই মন্তব্য কৰিছে পেগুৱে।

Apply Now

বিদেশীক নাগৰিকত্ব দি সংস্থাপন দিলে “অসমত জুই জ্বলিব” বুলিও সোণোৱাল চৰকাৰক সকীয়াই পেগুৱে লগতে কয় যে চৰকাৰৰ এনে পদক্ষেপে অসমৰ ভূমিপুত্ৰ জনজাতিসকলকে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব।

“অসমত হিন্দুৱে হওক বা মুছলমানেই হওক, বিদেশী সংস্থাপিত হ’লে সকলোতকৈ বেছি ক্ষতি হ’ব জনজাতিসকলৰ,” পেগুৰ মন্তব্য।

অসমৰ প্ৰকৃত বাসিন্দাসকলৰ কথা চৰকাৰখনে এবাৰো ভাবি নাচালে বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় অসমত কেৱল জনজাতীয় মানুহৰ হাতত থকা মাটিখিনি সুৰক্ষিত হৈ আছে। কিন্তু বিধেয়কখন আইনত পৰিণত হ’লে সেই মাটিও ভূমিপুত্ৰসকলৰ হাতৰ পৰা গুচি যাব বুলি তেওঁ মন্তব্য কৰে।

বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজৰ ধাৰাবাহিক আন্দোলনক উপেক্ষা কৰি অটল থকা বিজেপিৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰে মিত্ৰ বিধায়কজনে।

“সকলোৰে কেৱল সংখ্যাক লৈ ৰাজনীতি। কংগ্ৰেছে বাংলাদেশীমূলৰ মুছলমানক ৰক্ষণাৱেক্ষন দি ভোটবেংকৰ ৰাজনীতি কৰিছিল। এতিয়া বিজেপি চৰকাৰে কংগ্ৰেছৰ লগত ফেৰ মাৰিবলৈ বাংলাদেশী মূলৰ হিন্দুসকলক নাগৰিকত্ব দিয়াৰ প্ৰতিযোগিতাত নামিছে,” ভুৱন পেগুৰ মন্তব্য।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd