• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বিজেপিৰ নেগুৰত ধৰি মন্ত্ৰী হোৱাৰ বাবেই আছুৰ পতাকা গচকাৰ পাছতো মৌন তপন গগৈ’

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 6, 2019 11:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ঐতিহাসিক ৰংঘৰৰ বাকৰিত আছুয়ে খিলঞ্জীয়াৰ ৰণডংকা নামেৰে এক কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ প্ৰায় ১১.৩০ বজাত ৰংঘৰৰ বাকৰিত আছুৰ লগতে বহুকেইটা সংগঠনৰ প্ৰতিনিধি তথা নাগৰিক সমাজৰ বহু ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

শিৱসাগৰ তথা চৰাইদেউ জিলাৰ কেইবা হাজাৰ আছু কৰ্মীয়ে একত্ৰিত বৰকাঁহ, ডবা, শংখ বজাই চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰংঘৰ বাকৰি উত্তাল কৰি তোলা খিলঞ্জীয়াৰ ৰণডংকা অনুষ্ঠানৰ শুভাৰম্ভ কৰে উজনিয়াল সত্ৰত সত্ৰাধিকাৰ তথা বৰ্ষিয়ান নাগৰিক লক্ষীকান্ত মহন্তই।

Apply Now

নিজ ভাষণত মহন্তই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে জাতীয় নায়কৰ মৰ্য্যদা হেৰোৱাই পেলাইছে বুলি মন্তব্য কৰি কয় যে অসম চুক্তি উলংঘা কৰি নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমত বিদেশী সংস্থাপিত হ’লে অসমৰ ভাষা সংস্কৃতি বিপন্ন হোৱাৰ লগতে অসমীয়া জাতিও নিশেষ হৈ যাব, সেয়ে সময় থাকেতেই আছুৰ নেতৃত্বত আৰম্ভ হোৱা ঐক্যবদ্ধ সংগ্ৰামত সকলো শ্ৰেণীৰ জনসাধাৰণ জপিয়াই পৰা উচিত।

আনহাতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে কয়, হিন্দু মুছলমানৰ নামত ধৰ্মীয় ৰাজনীতি কৰা সৰ্বানন্দই অসমীয়াক বিশ্বাসঘাটকতা কৰিছে। তেওঁ লগতে প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ মন্ত্ৰী তপন গগৈক সমালোচনা কৰি কয় যে আছুৰ নেতৃত্বত ১১ বছৰ থকা তপন গগৈয়ে বৰ্তমান ‘বিজেপিৰ নেগুৰত ধৰি মন্ত্ৰী হোৱাৰ বাবে আছুৰ পতাকা নলবাৰীত দুস্কৃতিকাৰীয়ে গচকা ঘটনাৰ বহুদিন পাৰ হোৱাৰ পিছতো আজিলৈকে মৌন হৈ থকাটো চৰম অপমানৰ কথা।’

আজিৰ উক্ত সভাত ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ,  উজনি অসম মুছলিম কল্যান পৰিষদৰ উপ সভাপতি মণিৰুল ইছলাম বড়া, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিব্যজ্যোতি দাস, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি ৰাজেন মিলি, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকাকে ধৰি বহু ব্যক্তি দল-সংগঠনৰ প্ৰতিনিধিয়ে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ শেষত আছুৰ প্ৰায় পাঁচ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৰংঘৰৰ বাকৰিৰ পৰা নগৰৰ বৰ্ডিং খেলপথাৰলৈকে সমদল কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে শিৱসাগৰৰ ৰাজপথ কঁপাই তোলে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd