• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“হিন্দু বাংলাদেশীক অনুসূচিত জাতি সজোৱাৰ কৌশল লৈছে চৰকাৰে”

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে মন্তব্য অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2019 11:27 pm
BJP Govt plans to give Hindu Bangladeshi SC status, alleges Assam SC students' union

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৃ্হস্পতিবাৰৰ সংবাদমেলৰ দৃশ্য।

710
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি হিন্দু বাংলাদেশীসকলক অনুসূচিত জাতি সজোৱাৰ এক কৌশল ৰচনা কৰিছে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে। বৃহস্পতিবাৰে এই মন্তব্য অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসৰ।

দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে দাসে।

তেওঁ কয় যে বিধেয়কখনৰ দ্বাৰা আহিবলগীয়া হিন্দু বাংলাদেশীসকলৰ ৮০ শতাংশই “নমশূদ্ৰ” সম্প্ৰদায়ৰ। গতিকে দাসৰ সন্দেহ চৰকাৰে এই হিন্দু বাংলাদেশীসকলক অনুসূচিত জাতি সজাবলৈ চেষ্টা কৰিব।

এই নমশূদ্ৰ উপজাতিটো  অনুসূচিত জাতিৰ  ১৬ টা উপজাতিৰ  এটা বুলি উল্লেখ কৰি দাসে লগতে কয় যে বাংলাদেশৰ পৰা আহিবলগীয়া এই উপজাতিৰ লোকসকলে অসমৰ প্ৰকৃত খিলঞ্জীয়া অসমীয়া অনুসূচিত জাতিৰ মানুহৰ সুবিধাসমূহ কাঢ়ি নিব।

ইয়াৰোপৰি ৰহা, দেৰগাওঁ, জাগীৰোড, মঙ্গলদৈ, বকোকে ধৰি ৰাজ্যৰ ৮ টা বিধানসভা সমষ্টিৰ কমেও তিনিটা সমষ্টি বাংলাদেশী মূলৰ লোকৰ হাতলৈ যোৱাটো খাটাং হৈ পৰিছে বুলিও দাবী কৰে পৰমানন্দ দাসে।

তেওঁ কয় বিধেয়ক গৃহীত হ’লে পিযুষ হাজৰিকা জাগীৰোড সমষ্টিৰ পৰা বিধায়ক হ’ব নোৱাৰাৰ উপৰি বকোৰ নন্দিতা দাস, মঙ্গলদৈৰ গুৰুজ্যোতি দাস আৰু ৰহাৰ ডিম্বেশ্বৰ দাসো বিধায়ক হিচাপে নিৰ্বাচিত হ’ব নোৱাৰিব।

অনুসূচিত জাতিৰ ব্যক্তি বৰ্তমানৰ মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক গুৰুজ্যোতি দাস আৰু ডিম্বেশ্বৰ দাসক পদ ত্যাগ কৰি বিধেয়কখন বাতিল কৰাৰ দাবী জনাবৰ দাসে বাবে আহ্বান জনায়। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ মৃত্যুৰ শেল।‘ দাসে কয়।

সংবাদমেলখনত পৰমানন্দ দাসৰ লগতে পিংকু দাস চৌধুৰী, ধ্ৰুৱজ্যোতি ভৰালী আৰু দিব্যজ্যোতি দাস উপস্থিত আছিল।

Recent News

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd