• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত চিতল মাছতকৈও কম দৰত বিক্ৰী হ’ল নিজ সন্তান

নৈতিকতাহীন ৰাজনৈতিক আগ্ৰাসনৰ যুগত মানৱতাৰ মূল্যাংকন সম্ভৱ নে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2019 11:22 am
dc-Cover-mkvgt0248v6328b159mjmighi5-20170321100731.Medi

নিজ সন্তানক বিক্ৰী কৰিলে ঢেকিয়াজুলিত। আলোকচিত্ৰ সৌজন্য-ডেক্কান ক্ৰনিকেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হয়তো উৰুকাৰ সময়ত ১০০০ টকাতকৈও অধিক দামেৰে চিতল মাছ কিনিছে আপুনি, মানুহৰ মূল্যও চিতল মাছৰে সৈতে তুলনা হ’ব পাৰেনে কেতিয়াবা! আচৰিত যেন লাগিলেও এয়াই সত্য এইখন অসমত।

জাতি-মাটি-ভেটি ৰক্ষাৰ ঢাক-ধোল বজোৱা সোণোৱাল চৰকাৰলৈ জীয়া মানৱতাৰ প্ৰত্যাহবান, আপোনাৰ চৰকাৰৰ দিনত অসমত মানুহৰ মূল্য কিমান? এহেজাৰ নে দুহেজাৰ? হয় এনে এক দুৰ্বিসহ ঘটনাই সংঘটিত হৈছে অসম মুলুকত।

Apply Now

ঢেকিয়াজুলিৰ অন্তৰ্গত নিজ বৰছলা গাঁৱৰ ৰাজু গোৱালা নামৰ এজন চাহ জনগোষ্ঠীৰ লোকে চৰম দ্ৰৰিদ্ৰতাৰ ওচৰত সেঁও মানি দুহেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিলে নিজৰ দুই সন্তানক। চাৰিটা সন্তান আৰু পত্নীৰে সৈতে এখন সংসাৰ আছিল ৰাজু গোৱালাৰ। দৰিদ্ৰতাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত পত্নীৰ মৃত্যু হয়, তাৰ পিছত হেৰুৱাই মাটি আৰু ভেটি।

গৃহহীন ৰাজু গোৱালাৰ অৱস্থা পানীত হাঁহ নচৰা। চাৰিটা সন্তান ক্ৰমে বব নোৱাৰা বোজা হৈ পৰিল দৰিদ্ৰ পিতৃৰ বাবে। উপায়ন্তৰ হৈ অসহায় পিতৃয়ে দুই সন্তান বিশাল গোৱালাক(৭)ৰৌতাত আৰু পূজা গোৱালাক(৩)পুঠিমাৰীত দুহেজাৰ টকাৰ বিনিময়ত কোনো অচিনাকী ব্যাক্তিৰ হাতত বিক্ৰী কৰি দিয়ে। আন দুজন সন্তানো আছে বেলেগৰ ঘৰত কাম কৰা হিচাপে। এতিয়া পিতৃয়ে ইঘৰে-সিঘৰে কাম কৰি কোনোমতে পেট প্ৰৱৰ্তাইছে ।

সভ্য সমাজক পদানত কৰা এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। নিজৰ সন্তান বিক্ৰী কৰা পিতৃ ৰাজু গোৱালা বৰ্তমান পলাতক অৱস্থাত। উদ্ধাৰ হবনে পন্যৰ দৰত বিক্ৰী হোৱা দুই শিশু। চৰকাৰৰ উন্নয়ন কেবল ভাষণতে হৈছে নে সঁচাকৈয়ে এই উন্নয়নে চাহ জনগোষ্ঠীক চুব পাৰিছে সেয়া এতিয়া এক মূল্যহীন প্ৰশ্ন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd