• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ জে ৱাই চি পিৰ প্ৰাক্তন সম্পাদকৰূপে আপুনি লজ্জিত কৰিছে: চন্দ্ৰমোহনৰ প্ৰতি পলাশ চাংমাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 8, 2019 11:16 pm
l_Chandra-Mohan-Patowary-1504774032

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

634
VIEWS
Share on FacebookShare on Twitter

সততে মুখ্য মন্ত্ৰীৰ কাষতে আসন গ্ৰহণ কৰা চন্দ্ৰমোহন পাটোৱাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। অসম আন্দোলনৰো এজন অন্যতম নেতা আছিল। অসম চুক্তি সাক্ষৰ কৰিবৰ বাবে দিল্লীলৈ যোৱা দলটোৰ অন্যতম সদস্য আছিল চন্দ্ৰমোহন পাটোৱাৰী। অসম আন্দোলনৰ সময়ত অসম গণ সংগ্ৰাম পৰিষদৰ অন্যতম নেতা আছিল চন্দ্ৰমোহন পাটোৱাৰী।

ইয়াৰ পিছতো পাটোৱাৰীয়ে প্ৰদান কৰা বক্তব্যসমূহ ৰাজনৈতিকভাৱে অপৰিপক্ক, তুলুঙা আৰু একেবাৰে ভিত্তিহীন হোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অতিকৈ লজ্জিত হৈছে। কালি মন্ত্ৰী গৰাকীয়ে বিধানসভাত ৰাজ্যখনত প্ৰতিবাদ, বন্ধ আদি চলি থকাৰ বাবে বিনিয়োগ হ্ৰাস পাইছে বুলি কোৱাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে প্ৰকাশ কৰে।

তাৰোপৰি চাংমাইয়ে পাটোৱাৰীক সদনৰ বাহিৰে ভিতৰে যিবোৰ মিছা কথা কৈ আছে, সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁ ৭২ ঘন্টাৰ ভিতৰত তেওঁৰ স্থিতি স্পষ্ট নকৰে, তেন্তে সমগ্ৰ অসমতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁক নিষিদ্ধ কৰিবলৈ বাধ্য হ’ব।

তাৰোপৰি চাংমাইয়ে কয় যে, ‘পাটোৱাৰীকে ধৰি অসম মন্ত্ৰী সভাৰ প্ৰায়বোৰ মন্ত্ৰীয়ে আন্দোলন কৰি মন্ত্ৰী হৈছেহি। তেওঁলোকে সেই সময়ত অসম আন্দোলন নকৰাহেঁতেন চন্দ্ৰমোহন পাটোৱাৰী ৰাজনৈতিকভাৱে অস্তিত্বহীন হ’লহেঁতেন আৰু তেওঁৰ কোনো চিন-চাব নাথাকিলেহেঁতেন। চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী হ’ব পৰা আচল মূলধনেই আছিল আন্দোলন।’

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd