• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈৰ এজন কলেজীয়া ছাত্রৰ কি উদ্ভাৱনে প্ৰত্যাহবান জনাইছে বিশ্বৰ বৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান সমূহক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 9, 2019 8:15 am
PicsArt_02-08-08.28.45

অসমীয়া ছাত্ৰই নিৰ্মান কৰি উলিওৱা H2O গাড়ী। আলোকচিত্ৰ সৌজন্য-নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আৰু এজন উদ্ধৱ ভৰালীৰ জন্ম হ’ল নেকি! বিশ্বৰ বৃহৎ বৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান সমূহৰ মাজত পৰিবেশ অনুকূল গাড়ী নিৰ্মাণৰ প্ৰতিযোগিতা চলি থকাৰ সময়তে অসমৰ মঙলদৈ জিলাৰ এজন ২১ বছৰীয়া কলেজীয়া ছাত্ৰই অসাধ্য সাধন কৰি সম্পুৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়ালে পানীৰ পৰা ইন্ধন আহৰণ কৰি ভাপশক্তিৰে চলাচল কৰিব পৰা এখন পৰিবেশ অনুকূল বাহন।

মঙলদৈ জিলাৰ ঘাটোৱাপাৰা গাঁৱৰ নিৱাসী প্ৰসন্ন ডেকাই ছমাহযোৰা কষ্ট আৰু সাধনাৰে নিৰ্মাণ কৰি উলিয়াইছে এনে এখন বাহন।  স্থানীয় এখন মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ প্ৰসন্ন ডেকাই নিৰ্মাণ কৰি উলিওৱা পৰিবেশ অনুকূল বাহন খনৰ নাম দিছে H2O (পানীৰ বৈজ্ঞানিক সংকেত)। সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত প্ৰসন্নই এই প্ৰকল্পটো বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত ৫৫ বাৰ বিফল হৈছিল বুলি উল্লেখ কৰি ইয়াক সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰায় ৮৫০০০ টকা ব্যায় হোৱা বুলি সদৰী কৰে।

Apply Now

নিজৰ সপোনৰ প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ বাবে অসমৰ প্ৰতিভাৱান তৰুণজনে টকাৰ বাবে মহাবিদ্যালয় কেণ্টিনত অংশকালীনভাৱে কাম কৰিছিল আৰু প্ৰসন্নৰ মাতৃয়ে পুত্ৰৰ সপোন পুৰণ কৰাৰ বাবে এটা ব্যাক্তিগত প্ৰতিষ্ঠানৰ পৰা ঋণ পৰ্যন্ত ল’বলগীয়া হৈছিল। ধনৰ বাবে প্ৰকল্পটো আৰু অধিক উন্নত কৰি তোলাৰ ক্ষেত্ৰত সীমাবদ্ধতা আহি পৰা বুলিও প্ৰসন্নই জানিবলৈ দিয়ে।

অসমৰ ছাত্ৰ এজনৰ এই উদ্ভাৱনে এতিয়া স্থানীয় ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে আৰু ৰাজ্যবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd