• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধেয়ক বিৰোধী শক্তিক একত্ৰিত কৰাৰ বাবে দিল্লীত ৰাজনৈতিক তৎপৰতা আছু আৰু নেছ’ৰ

by
February 11, 2019 9:26 pm
11-02-19 Delhi- NESO,AASU delegation met MP Rajya Sabha Tiruchi Siva (2)

দিল্লীত আছু আৰু নেছ'ৰ প্ৰতিনিধি দল

401
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাত কোনো কাৰণতে যাতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব নোৱাৰে তাৰ বাবে দিল্লীৰ ৰাজনৈতিক মহলত প্ৰচেষ্টা অব্যাহত ৰাখিছে আছু আৰু নেছ’ই।ৰাজ্যসভাত বিধেয়ক বিৰোধিতাৰ প্ৰসংগ লৈ আজি দিল্লীত আছু আৰু নেছ’ৰ এটা প্ৰতিনিধি দলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়।

১৩ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যসভাৰ অধিবেশনৰ সময়ত বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলৰ সদস্যসকলক সদন ত্যাগ নকৰি সংসদত উপস্থিত থাকি বিধেয়কখনৰ বিপক্ষে ভোটদান কৰি বিধেয়কখন বাতিল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।

নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱা, উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, আছুৰ সভাপতি,সম্পাদক দিপাংক কুমাৰ নাথ আৰু লুৰিণ জ্যোতি গগৈ সমন্বিতে খাছি ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, নগা ছাত্ৰ ফেডাৰেছন, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেছন আৰু গাৰো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলটোৱে আজি  নিতিশ কুমাৰৰ নেতৃত্বাধীন জেডি(ইউ)ৰ সদস্য কে চি ত্যাগী, সমাজবাদী পাৰ্টিৰ নেতা জে পি চিৰ সদস্য জাভেদ আলি খান, বি পি এফৰ সদস্য বিশ্বজিৎ দৈমাৰী  মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ তিৰুচি শিৱা আৰু ডি এম কে দলৰ সদস্যৰ লগত  পৃথকে পৃথকে আলোচনাত মিলিত হয়।

এন ডি এৰ সহযোগি জে ডি(ইউ)ৰ নেতা কে চি ত্যাগীয়ে পুনৰবাৰ বলিষ্ঠভাৱে বিধেয়কৰ বিৰোধিতা কৰি ভোট প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দি আন আন দলৰ সৈতেও এই বিষয়ত আলোচনা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে।আনহাতে সমাজবাদী দলৰ জাভেদ আলী খানেও তেওঁলোকৰ দলে ৰাজ্যসভাত বিধেয়কৰ বিপক্ষে ভোট দি বিৰোধিতা কৰিব বুলি কথা দিয়ে।

সন্ধিয়া আছু আৰু নেছ’ৰ প্ৰতিনিধিৰ দলটোৱে মেঘালয়ৰ মুখ্যন্ত্ৰী কনৰাড চাংমা আৰু উত্তৰপূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চল জনসাধাৰণৰ বিৰোধিতা সত্ত্বেও কেন্দ্ৰ চৰকাৰে কূট কৌশলেৰে বিধেয়কখন জাপি দিবলৈ চেষ্টা চলাই আছে বুলি নেছ’ আৰু আছুৰ প্ৰতিনিধি দলটোৱে ক্ষোভেৰে মন্তব্য কৰে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd