• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি ৰাজ্যসভাত ভাগ্য নিৰ্ণয় হ’ব অসমীয়াৰ!: ফুটুকাৰ ফেনত পৰিণত হ’ব বিধেয়ক বিৰোধী প্ৰতিবাদ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 9:29 am
NPIC-201887204936-750x375

ফাইল ফটো

932
VIEWS
Share on FacebookShare on Twitter

আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত উত্থাপন কৰা হ’ব। দুপৰীয়া ১২ বজাত গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন সদনত উত্থাপন কৰিব। বিধেয়কখন উত্থাপনৰ পাছত বিধেয়কখনক লৈ সদনত আলোচনা হ’ব আৰু ইয়াৰ পাছতে বিধেয়কখন গৃহীত কৰিবলৈ ভোটৰ বাবে আগবঢ়োৱা হ’ব।

লোকসভাত ইতিমধ্যে যোৱা ৮ জানুৱাৰিত গৃহীত হোৱা বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’লেই আইনত পৰিণত হোৱাৰ বাট মুকলি হৈ পৰিব। জানিব পৰা মতে, আজি সংসদত ৪ জন সাংসদ উপস্থিত নাথাকে। এই সাংসদকেইজনে বিশেষ কাৰণ দৰ্শাই ছুটীৰ আৱেদন কৰিছিল। সাংসদ কেইজনৰ ছুটী অনুমোদনো কৰা হৈছে।

উক্ত সাংসদকেইজন যদি বিজেপি বিৰোধী তথা বিধেয়ক বিৰোধী পক্ষৰ প্ৰতিনিধি হয়, তেতিয়াহ’লে বিজেপিৰ বাবে নিশ্চিতভাৱে সকাহৰ সৃষ্টি কৰিব। কিয়নো বাস্তৱত ৰাজ্যসভাত শাসকীয় দলৰ সংখ্যা কম আছে।

ইপিনে, জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে যদিও কেন্দ্ৰই অসম তথা উত্তৰ-পূবৰ এই প্ৰতিবাদক সমূলি আওকান কৰিছে। ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত হ’লেই উত্তৰ-পূৰ্বাঞ্চলত ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰো সম্ভাৱনা আছে।

আনহাতে, ৰাজ্যসভাত কংগ্ৰেছে বিধেয়কখন সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষ্যণীয় হৈ পৰিব। আছু আৰু নেছ’ৰ প্ৰতিনিধি দলক প্ৰতিশ্ৰুতি দিয়া আন বিৰোধী তথা এনডিএৰ সহযোগী দলকেইটাৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ’ব। বিজেপিয়ে বিধেয়কখন আজিয়েই গৃহীত কৰাৰ সৰ্বাত্মক প্ৰচেষ্টা চলাব।

জানিব পৰা মতে, সাংসদত বৰ্তমানৰ দলীয় স্থিতি হৈছে, বিধেয়কৰ সপক্ষে -১১০, বিধেয়ক বিৰোধী -১২০, অনুপস্থিত -১ আৰু ১৩ জন সদস্যই তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd