• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ বিধেয়ক অসমৰ ১৪ টা খিলঞ্জীয়া জনজাতিক নি:শেষ কৰাৰ ষড়যন্ত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 10:12 am
maxresdefault

প্ৰমোদ বড়ো: ফটো সৌজন্য: উইকিপিডিয়া

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ছয়টা জনগোষ্ঠীৰ জনজাতি কৰণকলৈ ৰাজনীতি চলি থকাৰ সময়তে সোমবাৰে জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জনজাতিকৰণ বিধেয়ক সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।কেন্দ্রীয় চৰকাৰে অসমৰ জনজাতি সমূহক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ পাছত এতিয়া জনজাতিকৰণ বিধেয়কৰ জৰিয়তে অসমৰ ১৪ টা জনজাতিক নিঃশেষ কৰাৰ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰিছে সমিতিখনে।

কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰে কেৱল ৰাজনৈতিক লাভালাভ আৰু ভোট বেংকৰ স্বাৰ্থত ভাৰতৰ মহাপঞ্জীয়কে বিগত সময়ত আঠবাৰকৈ চৰকাৰৰ জনজাতিকৰণৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছতো অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। আমবাৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত সোমবাৰে অনুষ্ঠিত কৰা এখন  সংবাদমেলত এইদৰে মন্তব্য আগবঢ়াইছে সমিতিখনৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে।

Apply Now

জনজাতিকৰণ বিধেয়কখন গৃহীত হ’লে বিধানসভা, লোকসভাকে সামৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সা-সুবিধা আৰু নিয়োগৰ পৰা জনজাতীয় লোকসকল বঞ্চিত হ’ব বুলি উল্লেখ কৰি খাখলাৰীয়ে কোনো চৰ্তৰ বিনিময়ত জনজাতিসকলৰ অস্তিত্ব নিঃশেষ কৰিবলৈ বিচৰা এনে বিধেয়ক মানি লোৱা নহ’ব বুলি কয়।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি তথা সমিতিখনৰ সমন্বয়ক প্ৰমোদ বড়োই আগবঢ়া জনগোষ্ঠী সকলৰ জনজাতিকৰণৰ কোনো সাংবিধানিক যুক্তিযুক্ততা নাই বুলি উল্লেখ কৰি চৰকাৰে ভাতৃঘাতী সংঘাতৰ পৰিবেশ ৰচনা কৰিব বিচাৰিছে বুলি দোহাৰে। ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ পৰিৱৰ্তে অধিক সা-সুবিধা প্ৰদান কৰি উন্নত কৰাৰ বাবেহে চৰকাৰক প্ৰচেষ্টা ল’বলৈ আহ্বান জনায়।

সংবাদমেলখনত উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে জনজাতিকৰণ বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন অব্যাহত থাকিব বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd