• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যাৱজ্জীৱন কাৰাদণ্ড পোৱা ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিত বিশাল প্ৰতিবাদ

চাজিদ খান by চাজিদ খান
February 13, 2019 7:23 am
udalguri-protest-750x375

ওদালগুৰিৰ প্ৰতিবাদ। ফটো: নৰ্থ-ইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকা বাবে আদালতে যাৱজ্জীৱন কাৰাবাস দিয়া এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিত মঙলবাৰে বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বড়ো মহিলা ন্যায়ৰক্ষী সমিতি, বি পি চি পি আই আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদত সহস্ৰাধিক লোকে অংশলৈ প্লেকাৰ্ড প্ৰদৰ্শন আৰু ‘‘ন’ ৰঞ্জন, ন’ ভোট’’, ‘‘ন’ ৰঞ্জন, ন’ ৰেষ্ট’’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, চি বি আইৰ বিশেষ আদালতে ২০০৮ চনৰ ৩০ অক্টোৱৰত গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

বড়ো মহিলা ন্যায়ৰক্ষী সমিতিৰ অধ্যক্ষা অঞ্জলী দৈমাৰীয়ে সাংবাদিকৰ আগত শাসনাধিষ্ঠিত গেৰুৱা দলটোৱে বিদ্ৰোহী দল সমূহৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ কৰি কয় যে অসমত কূটাঘাত সংঘটিত কৰা আন বহুতো বিদ্ৰোহী দলক চৰকাৰে ক্ষমা কৰিছে। কিন্তু চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই থকা এন ডি এফ বিৰ ক্ষেত্ৰত চৰকাৰে পক্ষপাতদুষ্ট আচৰণ কৰিছে। আলফাৰ নেতা সকলক দেশত হাজিৰ কৰাৰ সময়ত উষ্ম আদৰণি জনোৱাৰ বিপৰীতে ৰঞ্জন দৈমাৰীক লোৰ শিকলিৰে বান্ধি দেশলৈ অনা হৈছিল বুলিও অভিযোগ কৰে বি ডব্লিউ জে এফৰ অধ্যক্ষা গৰাকীয়ে।

আনহাতে, চৰকাৰৰ সৈতে শান্তি আলোচনা চলি থকা সময়ত কোনো বিদ্ৰোহী দলৰ মুৰব্বীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ নজিৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰত পূৰ্বতে নাই বুলি উল্লেখ কৰি অঞ্জলী দৈমাৰীয়ে এই ৰায়দানৰ ফলত বড়োভূমিৰ শান্তি-সম্প্ৰীতি বিঘ্নিত হ’ব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

Recent News

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd