• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ তৰুণ চাঞ্চল্য অস্মিতাক হৰুৱাই ফাইনেলত অভিজ্ঞ পি ভি সিন্ধু

গুৱাহাটীত ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অভিজ্ঞ আৰু নবীনৰ যুঁজ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 6:15 pm
Top seeded PV Sindhu enters Senior National Badminton Championship final, beats Assam sensation Ashmita

অস্মিতা বনাম পি ভি সিন্ধু। ফটো-নৰ্থ-ইষ্ট নাও

721
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অসমৰ অস্মিতা চলিহাক হৰুৱাই গুৱাহাটীত চলি থকা ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে তাৰকা শ্বাটলাৰ পি ভি সিন্ধু।

তৰুণৰাম ফুকন ইণ্ড’ৰ ষ্টেদিয়ামত অনুষ্ঠিত খেলখনত বিশ্বৰ দুই নং স্থানৰ তাৰকা শ্বাটলাৰগৰাকীৰ হাতত ২১-১০, ২২-২০ ছে’টত পৰাজিত হয় অসমৰ নবীন খেলুৱৈগৰাকী।

প্ৰথম ছে’টতো (২১-১০) মাত্ৰ ১১ মিনিটতে হেৰুওৱাৰ পিছতো অস্মিতাই ঘৰুৱা দৰ্শকক নিৰাশ নকৰি দ্বিতীয় ছে’টত ৰিঅ’ অলিম্পিকৰ ৰূপ বিজয়ী সিন্ধুৰ বিৰুদ্ধে ১৯-১৬ লীদ ল’বলৈ সক্ষম হৈছিল।

Time for the biggest match of the day:

Top seed @Pvsindhu1 vs local girl Ashmita Chaliha.#SeniorNationals2019 pic.twitter.com/iKnDMVFWwx

— Badminton Nation (@BadmintonNation) February 15, 2019

ইপিনে মহিলাৰ ছিংগলছৰ আনখন ছেমিত বৰ্তমান বৈষ্ণৱী ভালেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আন এগৰাকী তাৰকা ছাইনা নেহৱাল।

ছেমিফাইনেললৈ অগ্ৰগতিৰ পথত অস্মিতাই কোৱাৰ্টাৰত ১৬-২১, ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে আকৰ্ষি কাশ্যপক।

সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত ২১-১৬, ২১-৭ ব্যৱধানত পৰাস্ত কৰে ৰিয়া মুখাৰ্জীক।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd