• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী আৰক্ষীৰ কব্জাত মণিপুৰী ছাত্ৰ নেতা, মুক্তিৰ চেষ্টাৰে জনকপুৰী থানাত ভিৰ সতীৰ্থ-এক্টিভিষ্টৰ

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত মণিপুৰী সাংবাদিক ৱাংখেম কিশোৰচন্দ্ৰক বন্দী কৰাৰ প্ৰতিবাদ কৰাৰ বাবেই ছাত্ৰ নেতা ৱিৱনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আশংকা কৰিছে সতীৰ্থই।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 9:21 pm
Delhi police detains Manipur Students' Association, Delhi advisor Veewon

ৱিৱন থকচম। ছবি সৌজন্য-- Round Table India|

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মণিপুৰ ষ্টুদেণ্টছ এচ’চিয়েচন দিল্লী (MSAD)ৰ উপদেষ্টা থকচম ৱিৱনৰ মুক্তিৰ দাবীত শুকুৰবাৰে জনকপুৰী থানাত ভিৰ কৰিছে ছাত্ৰ নেতাজনৰ সতীৰ্থই।

সংগঠনটোৰ সূত্ৰই সদৰী কৰা মতে ৱিৱনক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কোনো মেম’ আৰক্ষীয়ে প্ৰদান কৰা নাই।

Apply Now

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত মণিপুৰী সাংবাদিক ৱাংখেম কিশোৰচন্দ্ৰক বন্দী কৰাৰ প্ৰতিবাদ কৰাৰ বাবেই ছাত্ৰ নেতা ৱিৱনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আশংকা কৰিছে সতীৰ্থই।

ছাত্ৰ নেতাজনৰ ওপৰতো সাংবাদিক কিশোৰচন্দ্ৰৰ দৰেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াৰ আশংকা কৰি তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰিছে। সূত্ৰ অনুসৰি শনিবাৰে ৱিৱনক মণিপুৰলৈ নিয়াৰ কথা।

উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক বিৰোধিতাৰ সন্মুখীন হোৱা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে যোৱা ১২ ফেব্ৰুৱাৰিত ৱিৱনক মণিপুৰ আৰক্ষীয়ে “সকীয়নি” দিছিল, সতীৰ্থৰ মন্তব্য।

মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে সৰৱ ছাত্ৰ নেতাজনে সাংবাদিক কিশোৰচন্দ্ৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে নতুন দিল্লীত মণিপুৰী ছাত্ৰৰ প্ৰতিবাদত নেতৃত্ব দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd