• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত পুলৱামাৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি বিভিন্ন দল-সংগঠনৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 16, 2019 7:06 am
শিৱসাগৰত বীৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি: ফটো: নৰ্থ-ইষ্ট নাও

শিৱসাগৰত বীৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি: ফটো: নৰ্থ-ইষ্ট নাও

758
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰীত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণত নিহত চি আৰ পি এফৰ ৪৪ জন বীৰ চহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্ত জোৱানসকলৰ আশু আৰোগ্য কামনাৰে শিৱসাগৰত বিভিন্ন দল-সংগঠনে বন্তি প্ৰজ্বলন কৰে।

আটাছু শিৱসাগৰ জিলা, মহকুমা আৰু নগৰ সমিতিয়ে ষ্টেচন চাৰিআলিত বন্তি প্ৰজ্বলন কৰি চহিদলৈ শ্ৰদ্ধা নিবেদন কৰে। আনহাতে শিৱসাগৰ জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাই ব’ৰ্ডিং ৰোডত থকা আছুৰ কাৰ্যালয়ৰ সন্মুখত, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে দ’লমুখ চাৰিআলিত,ঐক্য সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে দ’লমুখ  চাৰিআলিস্থিত  ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত, ঐক্য সেনা নামতি চাৰিআলি আঞ্চলিকে নামতি চাৰিআলিত চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কেন্দ্ৰীয় বজাৰ ব্যৱসায়ীসকলে লক্ষী চিনেমা হলৰ সন্মুখত, থানামুখ জিজ্ঞাসা বয়’জ ক্লাৱে থানামুখত, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম উন্নয়ণ পৰিষদ, ৰংপুৰ জ্যোতি ক্লাৱ, ষ্টেচন চাৰিআলি ব্যৱসায়ী সন্থা, ষ্টেচন চাৰি আলি যুৱ জামাত নতুন বজাৰ ব্যৱসায়ী সন্থাই ষ্টেচন চাৰিআলিত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ণ কৰে।

মাৰোৱাৰী পঞ্চায়ত জন দাতব্য সমিতি, মাৰোৱাৰী যুৱ মঞ্চ আৰু মহেশ্বৰী সভাই মুক্তিনাথ চাৰি আলিৰ বৰাট জুৱেলাৰীৰ সন্মুখত বীৰ চহিদসকলৰ আত্মাৰ চিৰ শান্তি প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰে।

আনহাতে,বিজেপিৰ শিৱসাগৰ জিলা সমিতি আৰু আমুগুৰি কংগ্ৰেছ কমিটিয়েও বন্তি প্ৰজ্বলন কৰি বীৰ চহিদলৈ শ্ৰদ্ধা নিবেদন কৰে।

উল্লেখযোগ্য যে, হিন্দুস্তান নিৰ্মাণ দল আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ শিৱসাগৰ জিলা সমিতিয়ে দ’লমুখ চাৰিআলিত পাকিস্তানৰ পতকা দাহ কৰি শীঘ্ৰে সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিপক্ষে কঠোৰ পদক্ষেপ লোৱাৰ বাবে চৰকাৰক দাবী জনায়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd