• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম: ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ

নংগি তেৰন by নংগি তেৰন
February 16, 2019 7:19 pm
Participants-of-Karbi-Youth-Festival-proceeding-to-the-inauguration-ground-at-Taralangso-Karbi-Peoples-Hall-Diphu-Karbi-Anglong-3-750x375

কাৰ্বি যুৱ মহোৎসৱৰ শোভাযাত্ৰাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ আটাইতকৈ পুৰণি তথা সৰ্ববৃহৎ নৃগোষ্ঠীয় মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ ৪৫ সংখ্যক ২০১৯ সংস্কৰণ ইয়াৰ কাৰ্বি আংলং জিলাৰ তাৰালাংচ’ৰ কাৰ্বি পিপলছ হলত শুকুৰবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে।

বিশ্বনাথ চাৰিআলি, দমৰা (কামৰূপ) আৰু উমৰাংচ’ৰ লগতে বিভিন্ন ঠাইৰ মুঠ ২৬টা কাৰ্বি সাংস্কৃতিক দলে ভাগ লোৱা ৰং কেতং– কাৰ্বি পৰম্পৰাগত শোভাযাত্ৰাৰে অনুষ্ঠানটো আৰম্ভ হয়।

Apply Now

মহোৎসৱ চৌহদৰ ভিতৰত থকা নিজৰ নিজৰ শিবিৰৰ পৰা পৰম্পৰাগত সাজত ওলাই আহি নৃত্যশিল্পীসকলে উদ্বোধনৰ ঠাইত উপস্থিত হয়।

প্ৰতীকী ঢাল আৰু তৰোৱাল আৰু জনগোষ্ঠীটোৰ পৰম্পৰাগত দণ্ডৰ সৈতে বাহিৰ হোৱা কিল’মিটাৰ জোৰা বৰ্ণিল শোভাযাত্ৰাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে হাজাৰ হাজাৰ অংশগ্ৰহণকাৰী, সাংস্কৃতিক কৰ্মী, গৱেষক, সাংবাদিক আৰু মহোৎসৱৰ আয়োজকসকলৰ উপস্থিতিত ৪৫ সংখ্যক কে ৱাই এফ উদ্বোধন কৰে।

চি ই এম ৰংহাঙে কয়, “এতিয়ালৈকে কৰা উন্নয়ন পৰিষদৰ নিজা ৰাজহেৰে কৰা হৈছে। চুক্তিৰ ধন এতিয়াও আহি পোৱা নাই আৰু তেতিয়া অধিক উন্নয়ন কৰা হ’ব। কাৰ্বি পিপলছ হলৰ সীমাৰ দেৱালখনো সজা হ’ব।”

পূৰ্বে কাৰ্বি সাংস্কৃতিক সংস্থাৰ সভাপতি চন্দ্ৰ সিং ক্ৰ’ৱে সাধাৰণ সম্পাদক বিদ্যা সিং ৰংপি আৰু কাৰ্বি ৰজা হৰসিং ৰংহাং আৰু দমৰা (কামৰূপ)ৰ কাৰ্বি ৰজা ৰামসিং ৰংহাঙকে ধৰি বিশিষ্ট অতিথিৰ উপস্থিতিত কাৰ্বি সাংস্কৃতিক সংস্থাৰ পতাকা উত্তোলন কৰে।

ক্ৰ’ৱে কয় ভূমি সম্পৰ্কীয় সমস্যা থকাৰ বাবে কাৰ্বি যুৱ মহোৎসৱ থলীলৈ অহা ৰাস্তাটো এতিয়াও নিৰ্মাণ হোৱা নাই।

পথটো নিৰ্মাণক লৈ পথৰ দুয়ো কাষৰ লোক নিৰ্বিকাৰ।

আৱাসীসকলৰ সীমাৰ দেৱাল আৰু গে’টসমূহ নিৰ্মাণ হ’লেহে পথটো বহল কৰিব পৰা হ’ব, তেওঁ কয়।

নংগি তেৰন

নংগি তেৰন

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd