• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত প্ৰবল শিলাবৃষ্টি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 17, 2019 7:44 pm
679
VIEWS
Share on FacebookShare on Twitter

আজি বিয়লিৰ ভাগত উজনি অসমৰ বিভিন্ন অঞ্চলৰ লগতে তিনিচুকীয়া জিলাত প্ৰবল শিলাবৃষ্টি হয়৷ জিলাখনৰ কাকপথাৰ, ডিৰাক, পেঙেৰি, বৰডুমচা, মাৰ্ঘেৰিটা, তিনিচুকীয়া নগৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত সন্ধ্যাৰ সময়লৈকে হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু কাকপথাৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অঞ্চল ভেদে সম্পূৰ্ণ শিলাবৃষ্টিৰে ভৰি পৰে৷

ফলত প্ৰায় দুঘণ্টাৰ বাবে বিভিন্ন অঞ্চলত যান-বাহন চলাচল বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

আনহাতে ফাগুন মাহৰ প্ৰথমজাক বৰযুণৰ লগতে শিলাবৃষ্টিত জিলাখনৰ পথাৰৰ শষ্যসমূহৰো বিস্তৰ ক্ষতি হোৱাৰ সম্ভৱনা আছে। আজি হঠাতে অহা প্ৰবল বৃষ্টিপাতে বিপৰ্যস্ত কৰি তোলে তিনিচুকীয়া জিলাৰ কেইবাটাও প্ৰান্তৰ জনজীৱন।

আঞ্চলিক বতৰ-বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ঘণ্টাত ৫০ কিঃ মিঃ বেগত বলিব বতাহ। তিনিচুকীয়া, ডিব্ৰুগড় আৰু ধেমাজি জিলাত ইয়াৰ প্ৰভাৱ পৰিব৷

আধা ঘণ্টাৰ পৰা তিনি ঘণ্টা পৰ্যন্ত নিশালৈ বিজুলী ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত হোৱাৰো সম্ভাৱনা আছে বুলি বতৰ-বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা হৈছে৷

Recent News

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd