• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোমবাৰে ভাৰত বন্ধ, পে’ট্ৰল পাম্পো নোখোলাৰ সম্ভাৱনা

জম্মু-কাশ্মীৰৰ পুলৱামাত জে’শ্ব-এ-মহম্মদৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আৰু নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলীৰূপে ১৮ ফেব্ৰুৱাৰিত দেশজুৰি ব্যৱসায় বন্ধৰ আহ্বান জনাইছে কনফে’দাৰে’চন অৱ অল ইণ্ডিয়া ত্ৰে’দাৰ্ছ-এ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 17, 2019 8:30 pm
All India Bandh call by Traders' body

বন্ধৰ ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ পুলৱামাত জে’শ্ব-এ-মহম্মদৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আৰু নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলীৰূপে ১৮ ফেব্ৰুৱাৰিত দেশজুৰি ব্যৱসায় বন্ধৰ আহ্বান জনাইছে কনফে’দাৰে’চন অৱ অল ইণ্ডিয়া ত্ৰে’দাৰ্ছ (Confederation of All India Traders)এ।

সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাটোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উত্তৰ-পূবৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ লগতে অঞ্চলটোৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব। “পে’ট্ৰল পাম্পসমূহকো বন্ধ পালন কৰিবলৈ আহ্বান জনোৱা হৈছে,” নৰ্থ ইষ্ট নাও-ক জনায় চি এ’ আই তিৰ বন্ধক সমৰ্থন কৰা অসম চে’ম্বাৰ্ছ অৱ কমাৰ্চৰ অধ্যক্ষ, অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

Apply Now

ব্যৱসায়ী সংস্থাটোৱে লগতে জনায় যে শান্তিপূৰ্ণভাৱে পালন কৰিব লগা ব্যৱসায় বন্ধৰ সময়ত তেওঁলোকে দিনজুৰি অনশন কৰাৰ লগতে পুলৱামা বিস্ফোৰণত নিহত জোৱানসকলৰ পৰিয়ালৰ বাবে দান-বৰঙনিও সংগ্ৰহ কৰিব।

মৃত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বন্তি প্ৰজ্বলনৰো আহ্বান জনোৱা হৈছে।

অৱশ্যে ব্যৱসায়ী সংগঠনটোৰ উদ্ধৃতিৰে দ হিন্দু বিজিনেছ লাইন-এ প্ৰকাশ কৰা বাতৰিত বন্ধৰ পৰা অত্যাৱশ্যকীয় সেৱা আৰু যান-বাহনসমূহ ৰেহাই দিয়া বুলি কোৱা হৈছে।

ঘটনাটোত শোক প্ৰকাশ কৰি শনিবাৰেও গুৱাহাটীৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচি বজাৰৰ লগতে অসমৰ বিভিন্ন চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd