• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বন্ধৰ প্ৰভাৱ দেখা গ’ল শিৱসাগৰত; চহিদৰ প্ৰতি শ্ৰদ্ধা জনাই বন্ধ ৰাখিলে ব্যৱসায়ীক প্ৰতিষ্ঠান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 18, 2019 6:07 pm
Sivasagar Bandh

ফটো : নৰ্থ-ইষ্ট নাও

619
VIEWS
Share on FacebookShare on Twitter

১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণত চহিদ হোৱা চি আৰ পি এফৰ জোৱানক শ্ৰদ্ধা জনাই সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আজি আহ্বান জনোৱা ২৪ ঘন্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে শিৱসাগৰত।

ভাৰত ব্যৱসায়ী সন্থাই আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত শিৱসাগৰ চহৰৰ সকলো দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা গ’ল। আজিৰ এই বন্ধত অসম চেম্বাৰ্চ অব কমাৰ্চেও পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

বন্ধৰ সময়ছোৱাত চহৰখনত ব্যক্তিগত যান-বাহনৰ বাহিৰে ব্যৱসায়ীক যান-বাহনৰ চলাচল বন্ধ থাকে। তদুপৰি চৰকাৰী কাৰ্যালয়, স্কুল-কলেজ খোলা আছিল যদিও কৰ্মচাৰী বা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা দেখা যায়।

উল্লেখ্য যে পুলৱামাৰ আত্মঘাটী বোমা বিস্ফোৰণত চহিদ হোৱা ৪৪ গৰাকী জোৱানৰ প্ৰতি সন্মান জনোৱাৰ লগতে উক্ত ঘটনাত জড়িত লোকসকলক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনাই আজি এই বন্ধৰ আহ্বান জনাইছিল ভাৰত ব্যৱসায়ী সন্থাই।

Recent News

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd