• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰূপসীৰ পৰা উৰাজাহাজেৰে দেশৰ ভিন্ন প্ৰান্তলৈ ভ্ৰমণৰ সুযোগ নামনি অসমৰ ৰাইজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 9:49 am
ইণ্টাৰনেটৰ পৰা সংগৃহীত নিৰ্মাণৰত ৰূপসী বিমানবন্দৰৰ ফাইল ফটো

ইণ্টাৰনেটৰ পৰা সংগৃহীত নিৰ্মাণৰত ৰূপসী বিমানবন্দৰৰ ফাইল ফটো

2k
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধুবুৰীত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ বাবে দ্বিতীয় পৰ্য্যায়ৰ কামৰ  আধাৰশিলা স্থাপন কৰিব। দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা ৰূপসী বিমান বন্দৰৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে। ইতিমধ্যে প্ৰথম পৰ্য্যায়ৰ নিৰ্মাণৰ কাম চলি আছে।

দিনৰ ১২ বজাত বিমানবন্দৰটোৰ চৌহদত অনুষ্ঠিত হ’ব লগীয়া এখন জনসভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে বিমান বন্দৰটোৰ বিকাশৰ বাবে দ্বিতীয় পৰ্য্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। সভাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুৱে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যাৱস্থাৰে ভাষণ প্ৰদান কৰিব।

উল্লেখযোগ্য যে,  ব্ৰিটিছ শাসন কালৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে স্থাপন হোৱা ৰূপসী বিমান বন্দৰটো ১৯৮৪ চনৰ পৰা বন্ধ হৈ আছে। ৰাজ্য চৰকাৰে বহুবাৰ বিমান বন্দৰটো মুকলি কৰাৰ চেষ্টা কৰিছিল যদিও এইক্ষেত্ৰত ব্যৰ্থ হয়। অৱশেষত চৰকাৰৰ স্থানীয় সংযোগ আঁচনিৰ অধীনত ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু বায়ু সেনা বাহিনীৰ উদ্যোগত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

আনহাতে, বিমানবন্দৰটোৰ পুনৰ নিৰ্মাণৰ কামত স্থানীয় লোকসকল যথেষ্ট উৎফুল্লিত হৈ  পৰিছে। বিমানবন্দৰটো পুনৰ সক্ৰিয় হৈ উঠিলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ  বিমানেৰে যাত্ৰা কৰিবৰ বাবে গোৱালপাৰা,ধুবুৰী, কোকৰাঝাৰ আদি জিলাৰ লোক সকলে গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ অহাৰ পৰিবৰ্তে ৰূপসী বিমানবন্দৰৰ পৰাই যাত্ৰা কৰিব পাৰিব।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd