• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট চুলাই মদ কাণ্ড; মাৰ্ঘেৰিটাত পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 23, 2019 5:02 pm
Margherita

মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহ

400
VIEWS
Share on FacebookShare on Twitter

বিষাক্ত সুৰাপান কৰি গোলাঘাট জিলাত প্ৰায় শতাধিক লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱা সময়তে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আবকাৰী মন্ত্ৰী আৰু আবকাৰী বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই অসমৰ ইতিহাসত এনে মৰ্মান্তিক এক ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ আনি যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলে বিভিন্ন শ’গানেৰে লিডুৰ কলেজ তিনিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে।

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ ওলুপ আৰু ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমাতো গঢ় লৈ উঠা অবৈধ মদৰ ঘাটি আৰু চুলাই মদৰ ভাটি সমূহ উচ্ছেদ কৰা লগতে সমগ্ৰ অসমতে লালী গুৰুৰ অবৈধ বেহা আৰু চুলাই মদৰ বিক্ৰীৰ নিষিদ্ধ কৰিবলৈ দাবী জনায়।

বগাহাতীত পৰিণত হোৱা আবকাৰী বিভাগে লালি গুৰুৰ বেহা আৰু চুলাই মদৰ বেহা অনতিপলমে বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ দি সংগঠনটোৱে লগতে নিহত তথা অসুস্থ হৈ পৰা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

Recent News

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd