• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ উলুপত স্থাপন হ’ব শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰ আৰু বিশ্ববিদ্যালয়

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 25, 2019 7:15 pm
Pitambar Devagoswami

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উলুপত ৰাজ্যৰ অন্যতম আধ্যাত্মিক পীঠস্থান  শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰ আৰু এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্ততি চলোৱা হৈছে। এই উদ্দেশ্যে আজি স্থানীয় দ্বীপ শিখা সংঘৰ ক্ষেত্ৰভূমিত আৰু উলুপ বৈষ্ণৱী নামঘৰ প্ৰাংগনত পৱিত্ৰ লাইখুঁ‌টা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে  শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে।

উক্ত অঞ্চলটোত শাখা সত্ৰ আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ইতিমধ্যে স্থানীয় ৰাইজে প্ৰায় ৭০ বিঘা মাটি দান দিয়াৰ মানস কৰিছে বুলি সত্ৰাধিকাৰ দেৱগোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শাখা সত্ৰ ও বিশ্ববিদ্যালয় স্থাপনে সমগ্ৰ অঞ্চলটোৰ লগতে অসমত এক নতুন আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰ স্থাপন হ’ব বুলি ৰাইজে আশা কৰিছে।

Apply Now

এইক্ষেত্ৰত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ ক’ল ইণ্ডিয়া মাৰ্ঘেৰিটাস্থিত কাৰ্যালয়ৰ লগতে অসম চৰকাৰে সহায় আগবঢ়াব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মাদক দ্ৰব্য আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন অধিক হোৱাৰ বাবে গ্ৰাম্য এলেকাটোৰ লগতে সমীপৱৰ্তী এলেকাৰ যুৱ প্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে। সেয়ে অঞ্চলটোৰ সচেতন ৰাইজে শাখা সত্ৰ আৰু এখন আধ্যাত্মিক বিশ্ববিদ্যালয় স্থাপন কৰি যুৱ প্ৰজন্মক এক সুস্থ জীৱন দিবলৈ আগবাঢ়িছে।

আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পাছতেই শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয়। ইনথেম জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক তৰুণ বৰগোঁ‌হাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাৰ উদেশ্য ব্যাখ্যা আৰু আঁ‌ত ধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে।

মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসান্ত দত্ত, জ্যেষ্ঠ সাংবাদিক ভাৰত ভূষণ বৰঠাকুৰৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তিয়ে মুকলি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই সভাতেই উলুপ গাঁওখনক এখন আদৰ্শ গাঁও ৰূপে গঢ়াৰ বাবেও ৰাইজে প্ৰস্তাব গ্ৰহণ কৰে।

ইফালে শাখা সত্ৰ ও বিশ্ববিদ্যালয় স্থাপনত অসমৰ ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে অন্যতম উদ্যোক্তা জয়দ্বীপ গগৈয়ে। তেওঁ লগতে শাখা সত্ৰৰ আন্তঃগাঁথনি আৰু অন্যান্য কাম-কাজ অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি সংবাদ মাধ্যমক জনায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd