• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰা ট্ৰেজেডিয়ে কঁপাইছে ৰাজ্য : কৃষ্ণাইৰ টুকুৰাত ৰাইজৰ চুলাই বিৰোধী অভিযান

নীলমণি শৰ্মা by নীলমণি শৰ্মা
February 26, 2019 6:41 am
IMG_20190225_113351

কৃষ্ণাইৰ টুকুৰাত সোমবাৰে চুলাইৰ বিৰুদ্ধে ৰাইজৰ অভিযানত অংশগ্ৰহণ কৰে স্থানীয় মহিলায়ো। ফটো : নৰ্থইষ্ট নাও

228
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ব্যাপক ৰূপত অব্যাহত আছে চুলাই বিৰোধী অভিযান ৷ আৰক্ষী, আবকাৰীৰ সমান্তৰালভাৱে ৰাইজেও স্বতঃস্ফূৰ্তভাৱে চুলাইৰ বিৰুদ্ধে অভিযান চলাবলৈ ওলাই আহিছে।

ইয়াৰ মাজতে এক ব্যতিক্ৰমী প্ৰয়াস দেখিবলৈ পোৱা গ’ল কৃষ্ণাইত। কৃষক মুক্তিৰ সহযোগত স্থানীয় মহিলা সকলে সোমবাৰে এক সমদল বাহিৰ কৰে আৰু চুলাই তৈয়াৰ কৰা বা বিক্ৰী কৰা ঘাটিয়ে ঘাটিয়ে গৈ ব্যৱসায়ীসকলক চুলাইৰ বিৰুদ্ধে বুজনি দিয়ে।

চুলাই মানুহৰ বাবে কিমান ভয়ংকৰ, তাৰ ওপৰত বিতংভাৱে প্ৰতিজন চুলাই প্ৰস্তুত কৰা লোকক ভালদৰেই বুজাই দিয়ে। অকল যে বুজাইছে তেনেকুৱা নহয়, প্ৰথমবাৰৰ বাবে সকীয়াই দি দ্বিতীয়বাৰ সেই চুলাই প্ৰস্তুত বা বিক্ৰী কৰিলে সকলো ঘাটি ভাঙি পেলোৱাৰো হুংকাৰও দিয়ে ৷

চুলাই বিৰুদ্ধে ওলোৱা এই সজাগতা অভিযানকাৰী সমদলৰ স্থানীয় ৰাইজক লগতে আৰক্ষীয়েও সহায় কৰিছে  ৷

আনহাতে, চুলাই খাই অহা পুৰুষসকলৰ বাবে নিশা ঘৰত শান্তিৰে থাকিব নোৱাৰা সকলো মহিলাই এই সমদলত অংশ গ্ৰহণ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd