• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি টি আও আন্তঃৰাষ্ট্ৰীয় গ’ল্ড কাপৰ খিতাপ যুঁজত মুখামুখি হ’ব মেঘালয়-মিজোৰাম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2019 10:26 am
T Ao football 2nd semi final (4)

মিজোৰাম আৰু অৰুণাচৰ মাজত হোৱা দ্বিতীয়খন ছেমি ফইনেলৰ এক ৰোমাঞ্চকৰ মূহুৰ্ত। ফটো : য়ু বি

335
VIEWS
Share on FacebookShare on Twitter

ড০ টি আও জন্ম শতবাৰ্ষিকী কমিটিৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হৈ থকা দ্বিতীয়সংখ্যক টি আও উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় এন ই চি (অনূৰ্ধ্ব ২১) গ’ল্ড কাপৰ চূড়ান্ত খেলত আজি মুখামুখি হ’ব মেঘালয় আৰু মিজোৰাম।

প্ৰতিযোগিতাৰ প্ৰথম ছেমিফাইনেলত মেঘালয়ে ছিকিমক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ছাই নিউ ফিল্ডত অনুষ্ঠিত মেচখনত মেঘালয়ৰ হৈ বেল্টন লাৰটাঙে ৩৯ মিনিটত আৰু খেলৰ অতিৰিক্ত সময়ত ৰ’নাল্ড নংলাইটে বিজয়সূচক গ’ল দুটা প্ৰদান কৰে।

আনখন ছেমিফাইনেলত মিজোৰামে অৰুণাচল প্ৰদেশক ৫-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়। মিজোৰামৰ হৈ পি চি হালৰিয়াটপুইয়াই দুটা, এফ হালমেণ্টটুৱাংগা, ফ্লেৰিয়াছ লালৰুৱাটকিমা আৰু লাল ৰেম ৰুৱাটাই এটাকৈ গ’ল কৰে।

ইফালে, উদ্যোক্তাই জানিব দিয়া মতে আজি ছাই নিউ ফিল্ডত বিয়লি ৫.৩০ বজাৰ পৰা চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল জগদীশ মুখি আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

তদুপৰি, খেলৰ অন্তত কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু জনপ্ৰিয় ব্ৰেণ্ড হাৰিকেন গাৰ্লছে সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলিও আয়োজক সন্থাই জানিবলৈ দিয়ে।

Recent News

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd