• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইত প্ৰতিষ্ঠিত শিল্পী পাৰ্শ্বজ্যোতি দাসক ‘আৰোহণ’ বঁটা প্ৰদান

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
March 4, 2019 8:18 am
930c7d44-1d53-432c-93be-c3e679c20d0e

আৰোহণ বঁটা গ্ৰহণ কৰি শিল্পী পাৰ্শ্বজ্যোতি দাস। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী ‘আৰোহণ’য়ে ২০১৯ বৰ্ষৰ আৰোহণ বঁটা অলপতে প্ৰদান কৰে সংগীত শিল্পী পাৰ্শ্বজ্যোতি দাসক। চামগুৰিৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পী প্ৰয়াত হীৰা দাসৰ জ্যেষ্ঠ পুত্ৰ পাৰ্শ্বজ্যোতিয়ে ২০১২ চনতে হাতত গীটাৰ খন লৈ সুদূৰ মুম্বাইলৈ ঢাপলি মেলিছিল।

অসমৰ সংগীত জগতৰ যুব প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গকে ধৰি বহু কেইজন আগশাৰীৰ শিল্পীৰ লগত বেছ গীটাৰ সংগত কৰি নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল পাৰ্শ্বজ্যোতিয়ে।

Apply Now

সু-গীটাৰ বাদক ৰূপে পৰিচিত দাসে মুম্বাইত বলিউডৰ জনপ্ৰিয় নেপথ্য কণ্ঠ শিল্পী জাভেদ আলিৰ লগত প্ৰথমে বেছ গীটাৰ সংগত কৰিছিল। পাছলৈ প্ৰয়াত সঙ্গীত পৰিচালক আদেশ শ্ৰীবাস্তৱ, বলিউডৰ নেপথ্য কণ্ঠশিল্পী মিট ব্ৰাদাৰ্ছ, টুছী ৰাইনা, কনিকা কাপুৰ, ম: ইৰফান, ভূমি ত্ৰিবেদী, ছাং, অন্তৰা মিত্ৰ আদি শিল্পীৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে বিদেশতো বেছ গীটাৰ সংগত কৰিছে।

তদুপৰি, জি টিভিৰ সাৰেগামাপা লিটল চেম্পছ, ফিৰ ভি দিলহে হিন্দুস্তানী আদি শ্ব’ত গীটাৰ সংগত কৰিও পাৰ্শ্বজ্যোতিয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান ইণ্ডি ৰ‌উটছ নামৰ চুফী আৰু লোক সংগীত ব্ৰেণ্ডটোৰ লগত জড়িত হৈ আমেৰিকা, লণ্ডন, চিঙ্গাপুৰ, মালয়েচিয়া, তুৰ্কী, বেলজিয়াম, চৌদি আৰৱ আদি দেশত সঙ্গীত পৰিবেশন কৰি পাৰ্শ্বজ্যোতিয়ে সুকীয়া গৌৰৱ কঢ়িয়াই আনিছে।

সঙ্গীতৰ এই বৰ্ণিল যাত্ৰাৰ মাজতে দাসে বিশ্বৰ আগশাৰীৰ বেছ গীটাৰ কোম্পানী এম টি ডি কিংষ্টন বেছ আৰু গীটাৰ পিকচ্ আপ কোম্পানী বাৰ্ট’লিনি( Bartolini) ৰ ব্ৰেণ্ড এম্বেছাদৰ ৰূপে নিয়োজিত হৈছে। প্ৰচাৰ বিমুখ চামগুৰিৰ এই শিল্পী গৰাকীকে এইবাৰ চামগুৰিৰ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী ‘আৰোহণ’ য়ে  অলপতে আৰোহণ বঁটা – ২০১৯’ প্ৰদান কৰে।

‘আৰোহণ’ য়ে চামগুৰিলৈ আমন্ত্ৰণ কৰি অনা আৱাহন থিয়েটাৰৰ মঞ্চত এই বঁটা প্ৰদান কৰা হয়। জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰ উপস্থিতিত ‘আৰোহণ’ৰ সভাপতি কঙ্কন গোস্বামী, মুখ্য সম্পাদক নৱজ্যোতি বৰা, চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য দীগেন বৰাকে প্ৰমুখ্য কৰি ‘আৰোহণ’ৰ কৰ্ম কৰ্তাই এখন ফুলাম গামোছা, এটা জাপি, এখন প্ৰশস্তি পত্ৰ আৰু এটি আটক ধুনীয়া বঁটাৰে শিল্পী পাৰ্শ্বজ্যোতি দাসক আৰোহণ বঁটা প্ৰদান কৰে।

এই মঞ্চতে ২০১৮ বৰ্ষত চামগুৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ৰমজান আলী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্রী ৰীমা মুদৈক ‘আৰোহণ শৈক্ষিক বঁটা’ প্ৰদান কৰা হয়।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd