• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ অৱহেলাৰ বাবে মু্কলি হোৱাৰ পূৰ্বে এৰাবাৰীত পৰিণত লিডু আই টি আই

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 7, 2019 8:27 pm
লিডু আই টি আইৰ জৰাজীৰ্ণ ৰূপ। ফটো-নৰ্থ-ইষ্ট নাও

লিডু আই টি আইৰ জৰাজীৰ্ণ ৰূপ। ফটো-নৰ্থ-ইষ্ট নাও

273
VIEWS
Share on FacebookShare on Twitter

এফালে উন্নয়নৰ শ্লোগান আনফালে অৱহেলা। চৰকাৰী অৱহেলাত এৰাবাৰীত পৰিণত হৈছে লিডু আই টি আই। কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা শৈক্ষিক প্ৰতিষ্ঠানটো আজিকোপতি পাঠদানৰ বাবে মুকলি নোহোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ২০১৮ বৰ্ষৰ পৰা আই টি আই খনত পাঠদান আৰম্ভ হ’ব বুলি কৰা মন্তব্যৰ পাছত স্থানীয় ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছিল যদিও সেই ঘোষণা কাৰ্য্যত ৰূপায়ণ নহ’ল।

আই টি আই খন মুকলি কৰাৰ দাবীত মৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে ছাত্ৰ সংগঠনকেইটাৰ গণতান্ত্ৰিক আন্দোলনক কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল। চৰকাৰৰ ক্ৰমাগত অৱহেলাৰ ফলশ্ৰুতিতে লিডুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো এৰাবাৰীত পৰিণত হৈছে বুলি সচেতন মহলে অভিযোগ কৰিছে।

বিগত বৰ্ষৰ ধুমুহাত লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা আই টি আই খনৰ বিস্তৰ ক্ষতি সাধন হয়। মেৰামতিৰ অভাৱত ক্ষতিগ্ৰস্ত প্ৰতিষ্ঠানখন ক্ৰমাৎ বন-লতাই আগুৰি ধৰে। উল্লেখযোগ্য যে, তিনিচুকীয়াত থকা আই টি আই খনত পৰ্যাপ্ত আসন নথকাৰ বাবে কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী বহু শিক্ষাৰ্থী বঞ্চিত হৈ আহিছে। এনে ক্ষেত্ৰত চৰকাৰ একমাত্ৰ হেমাহিৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো প্ৰতিষ্ঠানটো মুকলি নোহোৱা কথাটোৱে আগ্ৰহী শিক্ষাৰ্থী সকলৰ মুৰত ৰাম টাঙোন সোধাইছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd