• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰি আৰু অধ্যয়নসূত্ৰে দূৰ–দূৰণিত থকাসকলৰ বাবে অনলাইন ভোটদান ব্যৱস্থাৰ পোষকতা ‘চানা’ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 8, 2019 10:18 pm
266bf4f8-70dc-42a0-9341-81fe0b7eab1b

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চানাৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰিসূত্ৰে অথবা উচ্চ শিক্ষা লোৱাৰ উদ্দেশ্যে দূৰ-দূৰণিত থাকিবলগীয়া হোৱাসকল নিজ গৃহলৈ আহিব নোৱাৰা হেতুকে ভোটদান প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি ছ’চিয়েল এক্সনছ ফৰ নিউ অলটাৰনেটিভছ চমুকৈ চানা নামৰ বেচৰকাৰী সংস্থাটোৱে সেইসকলৰ বাবে অনলাইনযোগে ভোটদান কৰিব পৰাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ কাৰ্য্যবাহী সঞ্চালক বিধায়ক দাস আৰু মেনেজিং ট্ৰাষ্টি নয়নজ্যোতি ভুঞাই দূৰ-দূৰণিত বসবাস কৰাসকলৰ বাবে অনলাইন যোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

Apply Now

শুকুৰবাৰে সংস্থাই ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আয়ুক্তক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে।

আজিৰ সংবাদমেলত বিধায়ক দাসে কয়, ‘যদি নিৰ্বাচনৰ দিনটোত কোনো লোক নিজৰ জিলা নাইবা অঞ্চলত নাথাকে তেন্তে তেওঁ ভোট দিব নোৱাৰে। ঘৰৰ পৰা দূৰত থাকিবলগীয়া হোৱা বাবে তেওঁলোকে ভোট দিবলৈ কেতিয়াবা যাবলৈ অসুবিধা হয়।‘

ইয়াৰোপৰি ২০১১ চনৰ পিয়ল অনুসৰি দেশৰ ভিতৰতে ১৩৯ মিলিয়ন বাহিৰত চাকৰি সুত্ৰে থকা লোকে বা উচ্চ শিক্ষা লাভ কৰা হেতুকে দূৰ-দূৰণিত থাকিবলগীয়া ছাত্ৰ-ছাত্ৰীয়ে ভোটদান কৰাৰ পৰা বঞ্চিত হৈছিল বুলি দাসে জানিবলৈ দিয়ে।

‘ডিজিটেল ইণ্ডিয়াৰ যুগত কিয় তেওঁলোকে থকা ঠাইৰ পৰাই ভোট দিব নোৱাৰে?’ সংবাদমেলত দাসে এইদৰে প্ৰশ্ন কৰে।

আনহাতে, ছ’চিয়েল এক্সনছ ফৰ নিউ অলটাৰনেটিভছ নামৰ সংস্থাটোৱে নিৰ্বাচনৰ সময়ত পৰ্য্যবেক্ষণ আৰু গৱেষণাৰ সৈতে জড়িত হৈ আহিছে বুলি নয়নজ্যোতি ভুঞাই সংবাদমেলত উল্লেখ কৰে।

সমাগত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এক কাৰ্য্যক্ৰম অনুষ্ঠিত হ’ব। নাগালেণ্ড, মেঘালয় আৰু অসমত প্ৰায় ২০০ স্বেচ্ছাসেৱক নিয়োগ কৰি ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব এই সংস্থাটোৱে।

তদুপৰি, স্বচ্ছ নিৰ্বাচন, অংশগ্ৰহণমূলক গণতন্ত্ৰ বিষয়টো আগত ৰাখি এই অভিযান  আৰম্ভ কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়। আজিৰে পৰা এই অভিযান ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰম্ভ কৰা হৈছে।

আনহাতে, এই অভিযানৰ জৰিয়তে এজন ভোটাৰৰ ভোটটোৰ কিমান মূল্য আছে, সেই কথাটো ৰাইজৰ আগত দাঙি ধৰা হ’ব তথা নতুনকৈ যিসকলে ভোট দিব সেইসকলৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হ’ব।

এই অভিযানৰ বাবে প্ৰয়োজনীয় স্বেচ্ছাসেৱকসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হ’ব আৰু তাৰ বাবে ২০০ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd