• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুস্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে মঙলদৈ অসামৰিক হাস্পাতাল: চিকিৎসক,কৰ্মচাৰীক আক্ৰমণ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
March 10, 2019 4:12 pm
mangaldai-hospital-vandalized-750x375

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে কৰ্তব্যৰত চিকিৎসক আৰু কৰ্মচাৰীক আক্ৰমণ কৰাৰ লগতে হাস্পাতালখনৰ যন্ত্ৰপাতি তথা নথিপত্ৰ লণ্ডভণ্ড কৰি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰে।

কৰ্তব্যত থকা হাস্পাতালখনৰ কৰ্মচাৰী জানিব দিয়া অনুসৰি নিশা প্ৰায় ১০ বজাত এটা প্ৰায় ১৫ জনীয়া যুৱকৰ দলে বাইক দুৰ্ঘটনাত ভৰিত আঘাত পোৱা সুব্ৰত দেবনাথ (২৬) নামৰ এজন ৰোগীক লৈ আহে।

Apply Now

প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ৰোগীজনক হাস্পাতাল কৰ্তৃপক্ষই যেতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হাস্পাতাললৈ প্ৰেৰণৰ প্ৰস্তুতি চলাইছিল, তেনে সময়তে ৰোগীজনক লৈ অহা যুৱকৰ দলটোৱে প্ৰক্ৰিয়াটোত বিলম্ব হোৱাৰ অভিযোগ তুলি কৰ্তব্যত থকা কৰ্মচাৰী আৰু গৃহৰক্ষী জোৱানৰ সৈতে তৰ্কত লিপ্ত হৈছিল।

মাতাল অৱস্থাত থকা তেওঁলোকৰে একাংশই চিকিৎসক আৰু কৰ্মচাৰীক উদ্দেশ্যি অশ্লীল শব্দ প্ৰয়োগ কৰাৰ লগতে কৰ্তব্যৰত চিকিৎসকৰ চকী,মেজ আৰু আন চিকিৎসাৰ যন্ত্ৰপাতি লণ্ডভণ্ড কৰাৰ উপৰি কৰ্তব্যৰত চিকিৎসকৰ প্ৰৱেশদ্বাৰত থকা আইনা ভঙাৰ লগতে চিকিৎসকক আক্ৰমণ কৰে।

চিকিৎসা বিষয়াজনক উদ্ধাৰ কৰাৰ বাবে অহা কৰ্মচাৰী তথা গৃহৰক্ষী জোৱানকো দলটোৱে প্ৰহাৰ কৰে। আক্ৰমণৰ ফলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মুকুট স্বৰ্ণকাৰ আঘাতপ্ৰাপ্ত হয়।

ইয়াৰ প্ৰায় আধা ঘন্টা পাছত যেতিয়া আৰক্ষী উপস্থিত হয় আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চেষ্টা কৰোতে আহত হোৱা এজনৰ বাহিৰে বাকীকেইজন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীৰ হাতত ধৃত যুৱকজনক মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ১নং বেজপাৰা গাঁৱৰ কুসুম ডেকা(৩৫) বুলি চিনাক্ত কৰা হৈছে।

অৱশ্যে, তেওঁ লগত অহা যুৱকেইজনক চিনাক্ত কৰিবলৈ অস্বীকাৰ কৰি ব্যক্ত কৰে যে তেওঁলোকে গুৱাহাটীৰ পৰা দৰা যাত্ৰী হিচাপে এখন বিয়ালৈ আহিছিল।

আনহাতে, সংবাদমাধ্যমৰ আগত ঘটনাৰ কথা ব্যক্ত কৰি হাস্পাতালখনৰ কৰ্মচাৰী আৰু উপস্থিত ওচৰৰ ৰাইজে মাত্ৰ কেইশ মিটাৰমান আঁতৰত থকা মঙলদৈ সদৰ আৰক্ষী থানাৰ পৰা আৰক্ষী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে।

চিকিৎসা বিষয়া ডাঃ বিষ্ণু ডেকাইও লগতে শেহতীয়াভাৱে এনেধৰণে নিশাৰ ভাগত বৃদ্ধি পোৱা কৰ্মচাৰীৰ প্ৰতি ভাবুকি আৰু সুৰক্ষাৰ বিষয়ত গভাৰ চিন্তা ব্যক্ত কৰে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd