• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদামত অবৈধ সুৰাৰ বেহা নিৰ্মূলকৰণ আৰু সুস্থিৰ পৰিৱেশ সৃষ্টিৰ পৰিকল্পনাৰে মুকলি সভা

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 11, 2019 12:04 pm
meeting

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা অবৈধ সুৰাৰ ব্যাপক প্ৰচলনৰ লগতে শেহতীয়াকৈ সুৰা সেৱনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাদক দ্ৰব্যৰ বিৰুদ্ধে পুৰণিগুদামত দেওবাৰে বিয়লি এখন মুকলি সভা অনুষ্ঠিত হয়।

পুৰণিগুদাম গড়মুৰ গাঁৱৰ মহিলা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ বিভিন্ন মহিলা গোটৰ সহযোগত পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলত অবাধে চলি থকা সুৰাৰ বেহা নিৰ্মূলকৰণ তথা সুস্থিৰ সামাজিক বাতাবৰণৰ সৃষ্টি কৰি শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ মানসেৰে গড়মুৰ স্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী গড়মুৰ সত্ৰৰ সন্মুখত উক্ত সভাখন অনুষ্ঠিত হয়।

Apply Now

পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ ফনীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত আবকাৰী বিভাগৰ উপ অধীক্ষক মনোজ চহৰীয়া, বঢ়মপুৰ খণ্ড উন্নয়ন প্ৰকল্প বিষয়া চন্দন বৰবৰা, পুৰণিগুদাম গাঁওপঞ্চায়ৰ সভাপতি বেদান্ত গায়ন, জিলা পৰিষদৰ সদস্যা জিন্তী বৈৰাগী, আঞ্চলিক সদস্যা ৰূপজ্যোতি বৰুৱা, স্থুল শইকীয়া, সঞ্জীৱ বৰা প্ৰমুখ্য কৰি চাৰি শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। এই সভাতে পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলৰ পৰা অবৈধ সুৰাৰ বেহা নিৰ্মূল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সুৰাই কেৱল সুৰাপায়ী ব্যক্তি জনৰেই ক্ষতি নকৰে, ইয়াৰ ফলত এখন ঘৰ তথা এটি পৰিয়ালো সম্পৰ্ণ ভাৱে নিঃশেষ হৈ যাব পাৰে, সেই সম্বন্ধে সভাত উপস্থিত থকা লোকসকলৰ মাজত পুংখানুপুখ ভাবে চৰ্চা কৰি সজাগতা সৃষ্টিৰ চেষ্টা কৰা দেখা যায়।

ইফালে সভাত পুৰণিগুদামত নীতি বহিৰ্ভূত ভাৱে জনৈক বৰা উপাধিৰ এজন অসাধু যুৱ-ব্যৱসায়ীয়ে ভুৱা প্ৰ-পত্ৰ জমা দি সুৰা বিক্ৰী কৰাৰ অনুজ্ঞা পত্ৰ উলিয়াই লৈ অবৈধভাৱে ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলিও ৰাজহুৱা অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত ব্যৱসায়ী জনৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰাৰ লগতে ভুৱা প্ৰ-পত্ৰ জমা দি অনুজ্ঞাপত্ৰ উলিওৱা কাৰ্যৰ উচিত তদন্তৰ দাবী জনাই স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd