• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ‘ভোটৰ বাবে দৌৰ’ শীৰ্ষক সজাগতা ৰেলী অনুষ্ঠিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2019 3:15 pm
গুৱাহাটীত ভোটৰ বাবে দৌৰ শীৰ্ষক সজাগতা ৰেলীৰ ফটো।

গুৱাহাটীত ভোটৰ বাবে দৌৰ শীৰ্ষক সজাগতা ৰেলীৰ ফটো।

380
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাবে সষ্টম হৈছে জিলা প্ৰসাশন সমূহ। অসমৰ মূখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে আজি কামৰূপ মহানগৰ জিলা প্ৰসাশনে লতাশিল খেলপথাৰত আয়োজন কৰা ‘‘ভোটৰ বাবে দৌৰ’’ শীৰ্ষক সজাগতা মূলক কাৰ্য্যসূচী আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।

গুৱাহাটী মহানগৰীৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে সজাগতা মূলক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ভোটাধিকাৰ লাভ কৰা কোনো ব্যক্তিয়েই যাতে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদানৰ পৰা বাদ নপৰে তাৰবাবে নিৰ্বাচন আয়োগে সৰ্বাধিক গুৰুত্ব দিছে বুলি সজাগতা ৰেলী উদ্বোধন কৰি কয় ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্ত মুকেশ চাহুৱে।

নিৰ্বাচনৰ সময়ত যাতে সকলো লোকে ভোটদানৰ বাবে ওলাই আহে তাৰবাবে নিৰ্বাচনী বিষয়াগৰাকীয়ে অসমৰ ৰাইজক আহ্বান জনায়।

সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও অংশগ্ৰহণ কৰে। জিলা উপায়ুক্ত গৰাকীয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতী সকলক এনে সজাগতা কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। নতুন প্ৰজন্মৰ ভোটাৰ সকলে স্বইচ্ছাই ভোট দান কৰিবলৈ আগবাঢ়ি অহাৰ লগতে আনকো ভোটদান কৰাৰ বাবে উৎসাহিত কৰিব লাগে বুলি উপায়ুক্ত গৰাকীয়ে কয়।

আজিৰ সজাগতা কাৰ্য্যসূচীত অসম চৰকাৰৰ নিৰ্বাচন বিষয়া জিমলী শইকীয়া কাকতি, সহকাৰী আয়ুক্ত শ্ৰৱণা সোণোৱাল, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদ উপস্থিত আছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd