• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ জিম্মাত বিষাক্ত সুৰা কাণ্ডৰ অন্যতম অভিযুক্ত নৃপেন ঠেঙাল

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
March 13, 2019 6:40 am
24-01-19-Guwahati-BJP-joining-Bidya-Sing-Engleng-1-750x375-1

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

463
VIEWS
Share on FacebookShare on Twitter

বিগত মাহত গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত ৰাজ্য কঁপাই যোৱা বিষাক্ত সুৰা কাণ্ডৰ অন্যতম অভিযুক্ত, সুৰা ব্যৱসায়ী নৃপেন ঠেঙাল ওৰফে মাইনাক মঙলবাৰে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, আৰক্ষীয়ে নৃপেন ঠেঙালক গ্ৰেপ্তাৰ কৰাৰ  লগে লগে ৰাজ্যত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পায়।

উল্লেখযোগ্য যে, নৃপেন ঠেঙালৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চুলাই ব্যৱসায়ীক চোৰাং স্পিৰিত যোগান ধৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি ঠেঙালে চোৰাংভাবে স্পিৰিত চুলাই ব্যৱসায়ী সকলৰ ওচৰত বিক্ৰী কৰে, আৰু চুলাই ব্যৱসায়ী সকলেও ঠেঙালৰ পৰা স্পিৰিট ক্ৰয় কৰি চুলাইত ব্যৱহাৰ কৰে বুলি আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ পৰা জানিব পৰা গৈছে।

মৰঙি ঢুলীয়া গাঁৱৰ নিবাসী অভিযুক্ত নৃপেন ঠেঙালৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)/৩২৮/৩০৪(এ) ধাৰাত  ২২৩/১৯ নম্বৰত এক গোচৰ ৰুজু কৰিছে।মঙলবাৰে বিয়লি  ঠেঙালক আদালতত হাজিৰ কৰাৰ পাছত ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd