• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত দিল্লী আৰক্ষীৰ অভিযান : ২৩.৫ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ মহিলা

মিন্টু দাস by মিন্টু দাস
March 13, 2019 10:38 pm
braun sugar

নগাঁৱত দিল্লী আৰক্ষীয়ে অভিযান চলাই হিৰ'ইনসহ গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী। ফটো : নৰ্থইষ্ট নাও

239
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাত উপস্থিত হৈ দিল্লী আৰক্ষীয়ে মঙলবাৰে নিশা নগাঁও চহৰৰ নিকটৱৰ্তী বেঙেনআটিত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধেঅভিযান চলায়। নগাঁও আৰক্ষীৰ সহযোগত চলোৱা অভিযানত ২৩.৫ কিলোগ্ৰাম হিৰোইন জব্দ কৰাৰ লগতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ সৰবৰাহৰ অপৰাধত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা  বিহাৰৰ ধনজী গুপ্তাৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলায় দিল্লী আৰু নগাঁও আৰক্ষীয়ে। বিহাৰৰ এইগৰাকী ধনজী গুপ্তাই হেৰোইনখিনি ডিমাপুৰলৈ প্ৰেৰণৰ বাবে নগাঁৱত মজুত কৰি ৰাখিছিল।

নগাঁৱৰ বেঙেনাআটিৰ এগৰাকী মহিলাৰ ঘৰত এই হিৰোইনখিনি মজুত কৰি ৰাখিছিল। দিল্লী আৰক্ষীৰ অভিযানত ২৩.৫ কিঃগ্ৰাঃ হেৰোইনসহ গ্ৰেপ্তাৰ কৰা হয় চমৰ বানু নামৰ মহিলাগৰাকীক।

দিল্লী আৰক্ষীয়ে জব্দ কৰা হোৰোইনখিনিৰ মূল্য কেইবা কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। আনহাতে, দিল্লী আৰক্ষীয়ে নগাঁও আদালতত চমৰ বানুক হাজিৰ কৰাই দিল্লীলৈ লৈ যোৱাৰ উপৰি জব্দ কৰা হিৰোইনখিনিও নিজৰ জিন্মাত লয়।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd