• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাল্য বিবাহ : নাবালিকাক বিয়া কৰাই ৰঙা ঘৰৰ আলহী হ’ল দৰা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
March 16, 2019 9:18 am
child_marriage

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বাল্য বিবাহ ৰোধৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা অৱ্যাহত থকাৰ সময়তে শুকুৰবাৰে বাইহাটা চাৰিআলি অঞ্চলৰ পৰা বাল্য বিবাহৰ ভূক্তভোগী এগৰাকী নাবালিকাক উদ্ধাৰ কৰে দৰং জিলা শিশু কল্যাণ সমিতিয়ে।

ৰশ্মি ৰেখা দেৱী নামৰ এগৰাকী শিশু কল্যাণ সমিতিৰ সদস্যই নৰ্থ-ইষ্ট নাওক জনোৱা মতে আৰক্ষীয়ে ভূক্তভোগী নাবালিকা গৰাকীক তেওঁলোকৰ আগত হাজিৰ কৰায় আৰু নাবালিকা গৰাকীৰ ভাষ্যৰ ভিত্তিত তেওঁক পৰিয়ালৰ হাতত গতাই দিয়া হয়।

Apply Now

আনহাতে, ছিপাঝাৰ আৰক্ষীয়ে দৰা ৩১ বছৰীয়া নৰেশ ডেকাৰ বিৰুদ্ধে বাল্য বিবাহ প্ৰতিৰোধী আইন,২০০৬ ৰ অধীনত ১৭৬/১৯ য়ু এছ ৯/১০ নম্বৰত এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰিছে। অভিযুক্ত নৰেশ ডেকা ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱনন্দ গাঁওৰ শিশুৰাম ডেকাৰ পুত্ৰ।

আদালতে অভিযুক্ত নৰেশ ডেকাক ২৭ মাৰ্চলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

দৰঙৰ এছ পি অমৃত কুমাৰ ভূঞাই অভিযুক্তক আইন অনুসৰি উপযুক্ত শাস্তি বিহা হ’ব বুলি উল্লেখ কৰি বিয়াৰ সময়ত ছোৱালীজনীৰ বয়স প্ৰয়োজনীয় বয়সতকৈ ৬ মাহ কম আছিল বুলি কয়।

উল্লেখযোগ্য যে, বুধবাৰে নিশা দৰং জিলাৰ শিশু কল্যাণ সমিতিৰ সচিৱ ৰাজেন চন্দ্ৰ দাস, সদস্য পুৰ্ণিমা গোস্বামী, ৰশ্মিৰেখা দেৱী আৰু ৰমেশ শইকীয়াৰে গঠিত এটা দলে ছিপাঝাৰ আৰক্ষীৰ সহযোগত নাবালিকা গৰাকীক উদ্ধাৰ কৰে।

ছিপাঝাৰ আৰক্ষীয়ে অঞ্চলটোৰ জনসাধাৰণক বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ বাবে আহ্বান জনাই আৰক্ষীয়েও এনে আইন বহিৰ্ভূত কাৰ্য্যৰ ক্ষেত্ৰত কঠোৰ নীতি ল’ব বুলি বুলি কয়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd