• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁট আইপিএফটিয়ে নিৰ্বাচনত নিজাববীয়াকৈ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা

পিনাকী দাস by পিনাকী দাস
March 17, 2019 9:29 am
IMG_20190316_200037

আইপিএফটিৰ সাধাৰম সম্পাদক তথা ত্ৰিপুৰা চৰকাৰৰ বন মন্ত্ৰী মেৱৰ কুমাৰ জামাতিয়াি শনিবাৰে সংবাদমেলত বক্তৱ্য ৰাখিছে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনত ত্ৰিপুৰাৰ বিজেপি মিত্ৰজোঁট আইপিএফটিয়ে লোকসভা নিৰ্বাচনত নিজাববীয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শনিবাৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰী বৈঠকৰ পাছত এখন সংবাদমেলৰ জৰিয়তে দলৰ নেতৃত্বই এই কথা ঘোষণা কৰে।

আইপিএফটিৰ সভাপতি এন চি দেববাৰ্মা আৰু সাধাৰণ সম্পাদক মেৱৰ কুমাৰ জামাতিয়াৰ ধৰি দলৰ জ্যেষ্ঠ নেতৃত্ব শনিবাৰে সন্ধিয়া দশৰথ দেব হলত অনুষ্ঠিত সংবাদমেলখনত উপস্থিত থাকে।

Apply Now

জামাতিয়াই কয় যে তেওঁলোকে এক জনজাতীয় দল হিচাপে বিজেপিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰাজ্যখনৰ দুটা সমষ্টিৰ এটা পূব ত্ৰিপুৰা সমষ্টিটো এৰি দিয়াৰ বাবে আহ্বান জনাইছিল যদিও বিজেপিয়ে তেওঁলোকৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে।

এনেকুৱা পৰিস্থিতিত তেওঁলোকে দলৰ সমৰ্থকসকলৰ আবেগক সন্মান জনাই দুয়োখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাহিৰে আন বিকল্প নাই।

তেওঁ পূব ত্ৰিপুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে এন চি দেববাৰ্মাৰ নাম আৰু পশ্চিম ত্ৰিপুৰাৰ বাবে শুক্লা চৰণ নোৱাটিয়াৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

জামাতিয়াই জানিবলৈ দিয়ে যে তেওঁলোকে এতিয়াও বিজেপিৰ বাবে আলোচনাৰ দুৱাৰ খোলা ৰাখিছে আৰু যদি বিজেপিয়ে পূব ত্ৰিপুৰাৰ পৰা ইয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে তেতিয়াহ’লে আইপিএফটিয়ে পশ্চিম ত্ৰিপুৰৰ পৰা ইয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব।

জামাতিয়াই অৱশ্যে ইয়াৰ বাবে বিজেপি-আইপিএফটিৰ মিত্ৰতাত প্ৰভাৱ পৰা কথা অস্বীকাৰ কৰে।

ইয়াৰ মাজতে বিজেপিৰ নতুন দিল্লীত শনিবাৰে সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হে যায় আৰু ত্ৰিপুৰাৰ লোকসভা আসন দুখনৰ বাবে প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd